id
stringlengths
19
24
audio
stringlengths
52
58
transcript
stringlengths
0
413
language
stringclasses
8 values
gender
stringclasses
2 values
source
stringclasses
2 values
duration
float64
1.11
36.3
train_assamesemale_00101
training_audio\assamese\audio\train_assamesemale_00101.wav
তেওঁলোকৰ পৰিয়াললৈ মোৰ সমবেদনা আছে .
assamese
male
iitm-indic-tts
3.085
train_assamesemale_00102
training_audio\assamese\audio\train_assamesemale_00102.wav
মায়েও ভাল পোৱা হল গানবোৰ .
assamese
male
iitm-indic-tts
2.57
train_assamesemale_00103
training_audio\assamese\audio\train_assamesemale_00103.wav
প্ৰতিখন খেলেই দলৰ বাবে গুৰুত্বপূৰ্ণ .
assamese
male
iitm-indic-tts
3.172
train_assamesemale_00104
training_audio\assamese\audio\train_assamesemale_00104.wav
তনভী আজমীয়ে বাজীৰাও মস্তানী ছবিৰ বাবে শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় .
assamese
male
iitm-indic-tts
7.072
train_assamesemale_00105
training_audio\assamese\audio\train_assamesemale_00105.wav
মই ভাবো এনেকুৱা হোৱা উচিত নাছিল .
assamese
male
iitm-indic-tts
2.751
train_assamesemale_00106
training_audio\assamese\audio\train_assamesemale_00106.wav
ভাৰতত এনে কেতিয়াও হোৱা নাছিল .
assamese
male
iitm-indic-tts
2.632
train_assamesemale_00107
training_audio\assamese\audio\train_assamesemale_00107.wav
কোনেও কষ্ট কৰিবলৈ ইচ্ছা নকৰে .
assamese
male
iitm-indic-tts
2.537
train_assamesemale_00108
training_audio\assamese\audio\train_assamesemale_00108.wav
ভিডিঅ কেমেৰাত ধৰণ বাছক অধিকাংশ কেমেৰাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় . কোনো বাহ্যিক কাৰক নহয় .
assamese
male
iitm-indic-tts
6.656
train_assamesemale_00109
training_audio\assamese\audio\train_assamesemale_00109.wav
বাইশ সংস্কৰণত এই চাবিৰ ব্যৱহাৰ অবচিত হৈছে .
assamese
male
iitm-indic-tts
3.93
train_assamesemale_00110
training_audio\assamese\audio\train_assamesemale_00110.wav
আহত দুয়োজনকে চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়া হৈছে .
assamese
male
iitm-indic-tts
4.512
train_assamesemale_00111
training_audio\assamese\audio\train_assamesemale_00111.wav
বৰ্তমান সময়ত বলেৰে ধৰ্মান্তৰিত কৰোৱা হৈছেনে ? এই বিধেয়কক আইনত কোনো কাৰণতে পৰিণত কৰিব নোৱাৰিব .
assamese
male
iitm-indic-tts
7.913
train_assamesemale_00112
training_audio\assamese\audio\train_assamesemale_00112.wav
ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা হৃতিক ৰোচ্চন আৰু টাইগাৰ শ্ৰফে .
assamese
male
iitm-indic-tts
6.606
train_assamesemale_00113
training_audio\assamese\audio\train_assamesemale_00113.wav
ভৱিষ্যতৰ কথা . তাইৰ সকলো সন্তানৰ মৃত্যু হৈছিল .
assamese
male
iitm-indic-tts
3.914
train_assamesemale_00114
training_audio\assamese\audio\train_assamesemale_00114.wav
উপদেশক চাৰি চাৰি , তেনে পৰিস্থিতিত দয়া দেখুৱাটো বাস্তৱতে এক প্ৰত্যাহ্বানজনক বিষয় .
assamese
male
iitm-indic-tts
6.581
train_assamesemale_00115
training_audio\assamese\audio\train_assamesemale_00115.wav
কাৰণটো ঠিক বুজিব পৰা নাই .
assamese
male
iitm-indic-tts
2.331
train_assamesemale_00116
training_audio\assamese\audio\train_assamesemale_00116.wav
পছন্দৰ উইন্ডোত আপুনি পিছত নিজেই সলনি কৰিব পাৰিব .
assamese
male
iitm-indic-tts
4.194
train_assamesemale_00117
training_audio\assamese\audio\train_assamesemale_00117.wav
ৰাইজক নোকোৱাকৈ একো কৰা নাই .
assamese
male
iitm-indic-tts
2.825
train_assamesemale_00118
training_audio\assamese\audio\train_assamesemale_00118.wav
ভিতৰৰ পৰা সন্ধান কৰিবলৈ অত্যন্ত নিম্ন মাত্ৰাৰ গুৰুত্ব . এই মুদ্ৰা সমুহৰ স্বাতন্ত্র্যসূচক বৈশিষ্ট্য আছে .
assamese
male
iitm-indic-tts
7.987
train_assamesemale_00119
training_audio\assamese\audio\train_assamesemale_00119.wav
সকলো ভোটকেন্দ্ৰত ব্যৱস্থা কৰা হৈছে কটকটীয়া নিৰাপত্তা .
assamese
male
iitm-indic-tts
4.108
train_assamesemale_00120
training_audio\assamese\audio\train_assamesemale_00120.wav
টকাসমূহ কিন্তু আমাৰ জীৱনত কিছু সময়ৰহে সংগী .
assamese
male
iitm-indic-tts
3.877
train_assamesemale_00121
training_audio\assamese\audio\train_assamesemale_00121.wav
ছপাক ছবিখন এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মী আগৰৱালাৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হব .
assamese
male
iitm-indic-tts
7.381
train_assamesemale_00122
training_audio\assamese\audio\train_assamesemale_00122.wav
সৰ্বমোট বছৰ মোৰ ছোৱালী কেইজনীৰ কি হব ? আগতে হোৱাহেঁতেন কথাই নাছিল .
assamese
male
iitm-indic-tts
5.596
train_assamesemale_00123
training_audio\assamese\audio\train_assamesemale_00123.wav
অহা সপ্তাহত গোচৰটোৰ শুনানি আৰম্ভ হব .
assamese
male
iitm-indic-tts
3.481
train_assamesemale_00124
training_audio\assamese\audio\train_assamesemale_00124.wav
আমি সকলো পৰিয়ালকে এটাকৈ ঘৰ দিব বিচাৰোঁ .
assamese
male
iitm-indic-tts
3.539
train_assamesemale_00125
training_audio\assamese\audio\train_assamesemale_00125.wav
জম্মুকাশ্মীৰত সীমান্ত সুৰক্ষা বাহিনীৰ গুলীত আহত এজন পাকিস্তানী নাগৰিক .
assamese
male
iitm-indic-tts
5.229
train_assamesemale_00126
training_audio\assamese\audio\train_assamesemale_00126.wav
বহুতো লোক সেইফালে পাৰ হৈ গল .
assamese
male
iitm-indic-tts
2.784
train_assamesemale_00127
training_audio\assamese\audio\train_assamesemale_00127.wav
যুৱকজনক হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ .
assamese
male
iitm-indic-tts
3.019
train_assamesemale_00128
training_audio\assamese\audio\train_assamesemale_00128.wav
এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ নবীকৰণযোগ্য শক্তিৰ উৎপাদনত বৃহৎ প্রচেষ্টাৰ প্রয়োজনীতাৰ সন্দৰ্ভতো আমি সহমত প্রকাশ কৰিছোঁ .
assamese
male
iitm-indic-tts
9.678
train_assamesemale_00129
training_audio\assamese\audio\train_assamesemale_00129.wav
আমি অসিদ্ধ মানৱ হোৱা হেতুকে আমাৰ জীৱনটো দুখ কষ্টৰে ভৰি আছে .
assamese
male
iitm-indic-tts
4.99
train_assamesemale_00130
training_audio\assamese\audio\train_assamesemale_00130.wav
বেয়া সুৰক্ষা স্বাক্ষৰ . এইপৰ্যন্ত জানিব পৰা হোৱা নাই ছাত্ৰজনৰ আত্মহত্যাৰ কাৰন .
assamese
male
iitm-indic-tts
6.165
train_assamesemale_00131
training_audio\assamese\audio\train_assamesemale_00131.wav
কিয় আমি তেনেকৈ কব পাৰোঁ ?
assamese
male
iitm-indic-tts
2.248
train_assamesemale_00132
training_audio\assamese\audio\train_assamesemale_00132.wav
ইয়াৰ পাছৰ পৰা মোৰ জীৱনৰ এটা নতুন অধ্যায়ৰ আৰম্ভণি হৈছিল .
assamese
male
iitm-indic-tts
4.454
train_assamesemale_00133
training_audio\assamese\audio\train_assamesemale_00133.wav
আনহাতে সংসদত পূৰ্ণকালীন বাজেট দাখিল কৰা প্ৰথম গৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে পৰিগণিত হৈছে তেওঁ .
assamese
male
iitm-indic-tts
7.501
train_assamesemale_00134
training_audio\assamese\audio\train_assamesemale_00134.wav
আপুনি আগবাঢ়িবলৈ নিশ্চিত নে ? ভাৰত আৰু বাংলাদেশৰ প্ৰথম খন টেষ্ট খেল হৈছে ইন্দোৰত .
assamese
male
iitm-indic-tts
6.132
train_assamesemale_00135
training_audio\assamese\audio\train_assamesemale_00135.wav
বহিৰ্তম সঁজুলিসমূহ মোৰ পাকঘৰতো লাগিব লাগে নহয় !
assamese
male
iitm-indic-tts
3.621
train_assamesemale_00136
training_audio\assamese\audio\train_assamesemale_00136.wav
ইতিমধ্যে এই অৱস্থানত ব্যৱহাৰ কৰা হৈছে .
assamese
male
iitm-indic-tts
3.387
train_assamesemale_00137
training_audio\assamese\audio\train_assamesemale_00137.wav
সাধাৰণ দৃষ্টিত এয়া এটা প্ৰশ্ন হব নোৱাৰে .
assamese
male
iitm-indic-tts
3.203
train_assamesemale_00138
training_audio\assamese\audio\train_assamesemale_00138.wav
তেওঁলোকৰ বাবে বিশেষ বাছৰ ব্যৱস্থা কৰা হৈছে .
assamese
male
iitm-indic-tts
3.416
train_assamesemale_00139
training_audio\assamese\audio\train_assamesemale_00139.wav
দুয়োটা পুতেকে হাতত কাট্টা আৰু লাঠি লৈ ওলাই গল .
assamese
male
iitm-indic-tts
4.143
train_assamesemale_00140
training_audio\assamese\audio\train_assamesemale_00140.wav
বহু বছৰ ধৰি পেনচেলভেনীয়া নিগমৰ সভাপতিজনে প্ৰশাসন গোষ্ঠীৰ আটাইতকৈ প্ৰমুখ সদস্য হিচাপে কাৰ্য্য কৰিছিল .
assamese
male
iitm-indic-tts
8.009
train_assamesemale_00141
training_audio\assamese\audio\train_assamesemale_00141.wav
মাৰ্কাপ দৰ্শন এনেবোৰ কথা বিজ্ঞানীমহলে আমাক সোঁৱৰাই থাকে .
assamese
male
iitm-indic-tts
4.566
train_assamesemale_00142
training_audio\assamese\audio\train_assamesemale_00142.wav
মধ্যৱৰ্তী সৰ্বাধিক নম্বৰ . অতিৰিক্ত ডিবাগ তথ্য প্ৰদৰ্শন কৰা হব . কোনো কতো ওলোৱা নাই .
assamese
male
iitm-indic-tts
7.338
train_assamesemale_00143
training_audio\assamese\audio\train_assamesemale_00143.wav
দূৰৱৰ্তী প্ৰদৰ্শন সবিশেষ জানিবলৈ পঢ়ক . যাৰ ফলত সমগ্ৰ জিলাখনতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় .
assamese
male
iitm-indic-tts
7.701
train_assamesemale_00144
training_audio\assamese\audio\train_assamesemale_00144.wav
লগতে এই সামগ্ৰীসমূহৰ বিজ্ঞাপনো দিব নোৱাৰে .
assamese
male
iitm-indic-tts
3.683
train_assamesemale_00145
training_audio\assamese\audio\train_assamesemale_00145.wav
সংক্ৰমিতৰ সংখ্যাৰে দেশৰ ভিতৰত দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে তামিলনাডু আৰু দিল্লী .
assamese
male
iitm-indic-tts
6.725
train_assamesemale_00146
training_audio\assamese\audio\train_assamesemale_00146.wav
তেন্তে সাৱধান ! সিহঁতে মোৰ ভাল দেখিব নোৱাৰে .
assamese
male
iitm-indic-tts
3.559
train_assamesemale_00147
training_audio\assamese\audio\train_assamesemale_00147.wav
টেব বন্ধ কৰিবলৈ ব্যৱহৃত কিবৰ্ড চৰ্টকাট .
assamese
male
iitm-indic-tts
3.461
train_assamesemale_00148
training_audio\assamese\audio\train_assamesemale_00148.wav
মোচি অদৃশ্য জনাক দেখা পোৱাৰ দৰে থিৰে থাকিল .
assamese
male
iitm-indic-tts
3.592
train_assamesemale_00149
training_audio\assamese\audio\train_assamesemale_00149.wav
এই কাৰ্য্য দেখি যীচুৱে ক্ৰোধীত হল আৰু সিহঁতৰ বিৰুদ্ধ কৰে .
assamese
male
iitm-indic-tts
4.733
train_assamesemale_00150
training_audio\assamese\audio\train_assamesemale_00150.wav
নতুন দিল্লীত হৈছিল জে ডি ইউৰ বৈঠক .
assamese
male
iitm-indic-tts
2.879
train_assamesemale_00151
training_audio\assamese\audio\train_assamesemale_00151.wav
হৈছে কি আপোনাৰ ? ডেস্কটপ ভ্ৰমণ কৰা ফোল্ডাৰ পোৱা নগল .
assamese
male
iitm-indic-tts
4.432
train_assamesemale_00152
training_audio\assamese\audio\train_assamesemale_00152.wav
তদুপৰি পৰৱৰ্তী সময়ত উক্ত প্ৰাৰম্ভিক পৰীক্ষাৰ নতুন দিন ঘোষণা কৰা হব বুলিও কৈছিল .
assamese
male
iitm-indic-tts
6.424
train_assamesemale_00153
training_audio\assamese\audio\train_assamesemale_00153.wav
ছয় বছৰীয়া যুঁজখন ধোঁৱাচাঙত তুলি তেওঁ বোলে এনেকৈ নহয় তেনেকৈ !
assamese
male
iitm-indic-tts
5.041
train_assamesemale_00154
training_audio\assamese\audio\train_assamesemale_00154.wav
প্ৰথমে তেওঁ নহয় বুলি কৈছিল .
assamese
male
iitm-indic-tts
2.425
train_assamesemale_00155
training_audio\assamese\audio\train_assamesemale_00155.wav
এইদৰে মোচিৰ ব্যৱস্থাই তেওঁলোকৰ ৰখীয়া শিক্ষক হৈছিল .
assamese
male
iitm-indic-tts
4.227
train_assamesemale_00156
training_audio\assamese\audio\train_assamesemale_00156.wav
কিন্তু প্ৰকৃত ঘটনাৰ বিষয়ে অৱগত নহয় পৰিয়াল .
assamese
male
iitm-indic-tts
3.523
train_assamesemale_00157
training_audio\assamese\audio\train_assamesemale_00157.wav
এনেদৰে বৰষুণ অব্যাহত থাকিলে পৰিস্থিতি যে অধিক জটিল হব সেয়া নিশ্চিত .
assamese
male
iitm-indic-tts
5.578
train_assamesemale_00158
training_audio\assamese\audio\train_assamesemale_00158.wav
স্বৰ্গৰ পৰা জুই আহি তেওঁলোকক গ্ৰাহ কৰিব .
assamese
male
iitm-indic-tts
3.325
train_assamesemale_00159
training_audio\assamese\audio\train_assamesemale_00159.wav
তদুপৰি যীচুৱে এইটোও জানিছিল যে তেওঁ সেই সকলোকে সলনি কৰিব .
assamese
male
iitm-indic-tts
5.239
train_assamesemale_00160
training_audio\assamese\audio\train_assamesemale_00160.wav
তাকে কৰিলে তেওঁ কুষ্ঠ ৰোগৰ পৰা তেওঁক সুস্থ কৰিব .
assamese
male
iitm-indic-tts
4.002
train_assamesemale_00161
training_audio\assamese\audio\train_assamesemale_00161.wav
কিছুদিন পূৰ্বে মই লণ্ডনলৈ গৈছিলো .
assamese
male
iitm-indic-tts
3.011
train_assamesemale_00162
training_audio\assamese\audio\train_assamesemale_00162.wav
অধ্যয়নৰ বাবে প্ৰশ্নসমূহ এই ঘটনাৰ পিছতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ .
assamese
male
iitm-indic-tts
5.124
train_assamesemale_00163
training_audio\assamese\audio\train_assamesemale_00163.wav
কিন্তু হঠাৎ যেন সকলো সলনি হৈ গল .
assamese
male
iitm-indic-tts
2.782
train_assamesemale_00164
training_audio\assamese\audio\train_assamesemale_00164.wav
এপ্লিকেচনৰ সহায় দেখুৱাওক অঋণাত্মক সংখ্যা অথবা শতাংশ প্ৰত্যাশিত .
assamese
male
iitm-indic-tts
5.421
train_assamesemale_00165
training_audio\assamese\audio\train_assamesemale_00165.wav
বিশ্লেষণ কৰিবলৈ ব্যৰ্থ ধৰিব পাৰিছেনে ? একহাজাৰ চব্বিশ ডটইঞ্চি হিচাপে তৰ বিভাজন .
assamese
male
iitm-indic-tts
6.884
train_assamesemale_00166
training_audio\assamese\audio\train_assamesemale_00166.wav
ঘটনাটোৱে অঞ্চলজুৰি কৌতুহল সৃষ্টি কৰিছে .
assamese
male
iitm-indic-tts
3.391
train_assamesemale_00167
training_audio\assamese\audio\train_assamesemale_00167.wav
প্ৰতিলিপি কৰা পাঠ এটা স্বৰ্ণসহ দুটা ব্ৰঞ্জ আৰু দুটা ৰূপৰ পদক .
assamese
male
iitm-indic-tts
5.135
train_assamesemale_00168
training_audio\assamese\audio\train_assamesemale_00168.wav
তেনে ভাই ভনীৰ সৈতে সঙ্গতি কৰি নিশ্চয়ে আনন্দ লাভ কৰিব .
assamese
male
iitm-indic-tts
4.503
train_assamesemale_00169
training_audio\assamese\audio\train_assamesemale_00169.wav
এটা বিয়োগাত্মক প্ৰেমকাহিনীৰ আধাৰত ছবিৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে .
assamese
male
iitm-indic-tts
5.323
train_assamesemale_00170
training_audio\assamese\audio\train_assamesemale_00170.wav
এনকোড কৰিবলে ব্যৱহাৰ কৰা পাইপলাইন আমাৰ চৰকাৰৰ সময়ছোৱাত গড় জাতীয় আয় সাত শতাংশ হৈছে .
assamese
male
iitm-indic-tts
7.463
train_assamesemale_00171
training_audio\assamese\audio\train_assamesemale_00171.wav
এই সংঘৰ্ষত আহত হৈছে দুজনকৈ সেনা জোৱান .
assamese
male
iitm-indic-tts
3.728
train_assamesemale_00172
training_audio\assamese\audio\train_assamesemale_00172.wav
কেৱল তাৰবাবেই আমি বিয়া হোৱা নাইতো .
assamese
male
iitm-indic-tts
2.82
train_assamesemale_00173
training_audio\assamese\audio\train_assamesemale_00173.wav
নতুন প্ৰাণৰ ন চকুযুৰি ছাত্ৰীগৰাকীৰ মৃতদেহটো আৰক্ষীয়ে প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে .
assamese
male
iitm-indic-tts
7.271
train_assamesemale_00174
training_audio\assamese\audio\train_assamesemale_00174.wav
দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হৈছে আন এজন বাইক আৰোহী .
assamese
male
iitm-indic-tts
4.327
train_assamesemale_00175
training_audio\assamese\audio\train_assamesemale_00175.wav
জিতুল সোণোৱাল নাগালেণ্ডত থকা উত্তৰ পূব সাংস্কৃতিক কেন্দ্ৰৰো সঞ্চালক .
assamese
male
iitm-indic-tts
5.364
train_assamesemale_00176
training_audio\assamese\audio\train_assamesemale_00176.wav
গধূৰ উদ্যোগ আৰু ৰাজহুৱা প্ৰতিষ্ঠান মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী .
assamese
male
iitm-indic-tts
5.391
train_assamesemale_00177
training_audio\assamese\audio\train_assamesemale_00177.wav
ভাৰতবৰ্ষৰ আৰক্ষীয়ে আটক কৰিছে যুৱকজনক .
assamese
male
iitm-indic-tts
3.782
train_assamesemale_00178
training_audio\assamese\audio\train_assamesemale_00178.wav
কিন্তু বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই ছাত্ৰগৰাকীৰ .
assamese
male
iitm-indic-tts
3.936
train_assamesemale_00179
training_audio\assamese\audio\train_assamesemale_00179.wav
তেখেত এক দৰিদ্র মুছলমান সম্প্রদায়ৰ পৰিয়ালৰ মহিলা .
assamese
male
iitm-indic-tts
4.332
train_assamesemale_00180
training_audio\assamese\audio\train_assamesemale_00180.wav
মনিটৰ চলিত স্পিকাৰৰ ক্ষেত্ৰত এইটো অসামৰ্থবান কৰক .
assamese
male
iitm-indic-tts
5.162
train_assamesemale_00181
training_audio\assamese\audio\train_assamesemale_00181.wav
কামৰূপ মহানগৰ জিলাৰ প্ৰশাসনিক কেন্দ্ৰ গুৱাহাটী মহানগৰত অৱস্থিত .
assamese
male
iitm-indic-tts
5.607
train_assamesemale_00182
training_audio\assamese\audio\train_assamesemale_00182.wav
এনে ধৰণৰ সকলো সংযোগৰ বাবে মোৰ পছন্দ মনত ৰাখিব .
assamese
male
iitm-indic-tts
4.593
train_assamesemale_00183
training_audio\assamese\audio\train_assamesemale_00183.wav
গছজোপাই তৈয়াৰ কৰা খাদ্য এতিয়া খাবৰ বাবে উপযোগী .
assamese
male
iitm-indic-tts
4.083
train_assamesemale_00184
training_audio\assamese\audio\train_assamesemale_00184.wav
এই নতুন কিতাপখনৰ কিছুমান বৈশিষ্ট্যতাৰ ফলত স্থানীয় লোকসকলে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে .
assamese
male
iitm-indic-tts
7.372
train_assamesemale_00185
training_audio\assamese\audio\train_assamesemale_00185.wav
মনটো তেওঁৰ গধুৰ হৈ পৰিল .
assamese
male
iitm-indic-tts
2.54
train_assamesemale_00186
training_audio\assamese\audio\train_assamesemale_00186.wav
যিহূদা আৰু যিৰূচালেমৰ বাবে যিহোৱাৰ ক্ৰোধ সঙ্কট আৰু ক্লেশৰ দিন আছিল .
assamese
male
iitm-indic-tts
6.408
train_assamesemale_00187
training_audio\assamese\audio\train_assamesemale_00187.wav
কিন্তু আপোনালোক ? বেঠিক হৈ নাযায় নহয় .
assamese
male
iitm-indic-tts
3.364
train_assamesemale_00188
training_audio\assamese\audio\train_assamesemale_00188.wav
এতিয়ালৈকে জানিব পৰা হোৱা নাই ক্ষয় ক্ষতিৰ বিষয়ে .
assamese
male
iitm-indic-tts
3.583
train_assamesemale_00189
training_audio\assamese\audio\train_assamesemale_00189.wav
ক্ষতিগ্ৰস্থ অভিব্যক্তি অধৈৰ্য্য হোৱাৰ কোনো কাৰণ নাই .
assamese
male
iitm-indic-tts
4.536
train_assamesemale_00190
training_audio\assamese\audio\train_assamesemale_00190.wav
অগ্নিকাণ্ডৰ ফলত কেবা লক্ষাধিক মূল্যৰ সাসম্পত্তি ক্ষয়ক্ষতি হোৱা বুলি জানিব পৰা গৈছে .
assamese
male
iitm-indic-tts
6.972
train_assamesemale_00191
training_audio\assamese\audio\train_assamesemale_00191.wav
আনহাতে নিহত ডকাইতজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে .
assamese
male
iitm-indic-tts
8.411
train_assamesemale_00192
training_audio\assamese\audio\train_assamesemale_00192.wav
আমি অধিক গুৰুত্ব প্ৰদান কৰা উচিত আছিল .
assamese
male
iitm-indic-tts
3.417
train_assamesemale_00193
training_audio\assamese\audio\train_assamesemale_00193.wav
ৰেখাচিত্ৰৰ পটভূমিৰ ৰং বন্ধ কৰক অতিৰিক্ত ডিবাগ তথ্য প্ৰদৰ্শন কৰক যিটো গ্রহণযোগ্য হব নোৱাৰে .
assamese
male
iitm-indic-tts
8.553
train_assamesemale_00194
training_audio\assamese\audio\train_assamesemale_00194.wav
এটা নথিপত্ৰ নিৰ্বাচন কৰক . সাংসাৰিক জীৱনত তেওঁ দুই কন্যা আৰু দুই পুত্ৰৰ মাতৃ .
assamese
male
iitm-indic-tts
7.082
train_assamesemale_00195
training_audio\assamese\audio\train_assamesemale_00195.wav
সকলো বিষয়তে সাধুতাৰে আচৰণ কৰক . দুই সন্তানৰ মাতৃ জাহ্নৱী .
assamese
male
iitm-indic-tts
5.554
train_assamesemale_00196
training_audio\assamese\audio\train_assamesemale_00196.wav
বহুতৰে থাকিব পাৰে . কওকচোন মই কেনেদৰে সহায় কৰিব পাৰোঁ৷ ? পৰৱৰ্তী সময়ত ফাদিল হব বিস্তাৰিত তথ্য .
assamese
male
iitm-indic-tts
7.589
train_assamesemale_00197
training_audio\assamese\audio\train_assamesemale_00197.wav
তেওঁ এই ক্ষেত্ৰত ৰাজ্য চৰকাৰক কেন্দ্ৰৰ সম্পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ আশ্বাস দিয়ে .
assamese
male
iitm-indic-tts
6.086
train_assamesemale_00198
training_audio\assamese\audio\train_assamesemale_00198.wav
কিয়নো সি গোটেই জগতৰ ভ্ৰান্তি জন্মায় .
assamese
male
iitm-indic-tts
3.314
train_assamesemale_00199
training_audio\assamese\audio\train_assamesemale_00199.wav
লগতে তেওঁ কিছুমান অবিবেচনাপূৰ্ণ কথাও কৈছিল .
assamese
male
iitm-indic-tts
3.935
train_assamesemale_00200
training_audio\assamese\audio\train_assamesemale_00200.wav
আহত সকলক স্থানীয় লোক আৰু আৰক্ষীয়ে উদ্ধাৰ কৰি ভৰ্তি কৰে চিকিৎসালয়ত .
assamese
male
iitm-indic-tts
5.774