Dataset Viewer
id stringlengths 19 24 | audio stringlengths 52 58 | transcript stringlengths 0 413 | language stringclasses 8
values | gender stringclasses 2
values | source stringclasses 2
values | duration float64 1.11 36.3 |
|---|---|---|---|---|---|---|
train_assamesemale_00001 | training_audio\assamese\audio\train_assamesemale_00001.wav | তাৰিখ আৰু সময় স্বাক্ষৰ কৰক ঠিকনাসমূহ এই পৰিচয়ত লিখিব নোৱাৰি . | assamese | male | iitm-indic-tts | 5.095 |
train_assamesemale_00002 | training_audio\assamese\audio\train_assamesemale_00002.wav | মই আচৰিত হৈ সুধিলোঁ . বৈঠকত উপস্থিত বহু কেইগৰাকী জ্যেষ্ঠ নেতা . | assamese | male | iitm-indic-tts | 4.625 |
train_assamesemale_00003 | training_audio\assamese\audio\train_assamesemale_00003.wav | ইয়াৰোপৰি কৰ্মৰ সৰু বৰ নাই . | assamese | male | iitm-indic-tts | 2.651 |
train_assamesemale_00004 | training_audio\assamese\audio\train_assamesemale_00004.wav | অডিঅ আউটপুট কৰাৰ ডিভাইচক কলৰ সময়ত অডিঅ বজাবলৈ ব্যৱহাৰ কৰা হয় . | assamese | male | iitm-indic-tts | 5.323 |
train_assamesemale_00005 | training_audio\assamese\audio\train_assamesemale_00005.wav | মই নিজকে অসমৰ্থ বুলি ভাবিছিলোঁ . | assamese | male | iitm-indic-tts | 2.721 |
train_assamesemale_00006 | training_audio\assamese\audio\train_assamesemale_00006.wav | সাহিত্য ক্ষেত্ৰত অৱদানৰ বাবেই তেওঁ পদ্মশ্ৰী আৰু পদ্মবিভুষণ সন্মানেৰে সন্মানিত হৈছিল . | assamese | male | iitm-indic-tts | 6.78 |
train_assamesemale_00007 | training_audio\assamese\audio\train_assamesemale_00007.wav | ঘটনাটোৱে অঞ্চল জুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চ্যলৰ . | assamese | male | iitm-indic-tts | 3.765 |
train_assamesemale_00008 | training_audio\assamese\audio\train_assamesemale_00008.wav | কিয়নো তেওঁলোকে ভাবে যে সেইবোৰ হৈছে অন্ধবিশ্বাস . | assamese | male | iitm-indic-tts | 3.841 |
train_assamesemale_00009 | training_audio\assamese\audio\train_assamesemale_00009.wav | উক্ত বিমান দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে দুজনকৈ লোক গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় . | assamese | male | iitm-indic-tts | 6.301 |
train_assamesemale_00010 | training_audio\assamese\audio\train_assamesemale_00010.wav | এই বিষয়ত মতবিৰোধ থাকিব নোৱাৰে . | assamese | male | iitm-indic-tts | 2.559 |
train_assamesemale_00011 | training_audio\assamese\audio\train_assamesemale_00011.wav | এই ছবিখনৰ বাংলা আৰু হিন্দী ভাষাত পুনৰ্নিৰ্মাণ হৈছিল . | assamese | male | iitm-indic-tts | 4.2 |
train_assamesemale_00012 | training_audio\assamese\audio\train_assamesemale_00012.wav | এই অৱস্থাৰ অৱসান ঘটিব লাগে . | assamese | male | iitm-indic-tts | 2.563 |
train_assamesemale_00013 | training_audio\assamese\audio\train_assamesemale_00013.wav | বাণিজ্যিক কামকাজৰ স্বাৰ্থত নিয়মনীতিসমূহ আমি যথেষ্টখিনি সৰল কৰি তুলিছো . | assamese | male | iitm-indic-tts | 5.511 |
train_assamesemale_00014 | training_audio\assamese\audio\train_assamesemale_00014.wav | প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ প্ৰচেষ্টাৰ ফলস্বৰূপে আজি দেশৰ অৰ্থনীতি নগদবিহীন ভাবে কাম কৰিছে . | assamese | male | iitm-indic-tts | 7.554 |
train_assamesemale_00015 | training_audio\assamese\audio\train_assamesemale_00015.wav | নামনি অসমক অতীতত কামৰূপ ৰাজ্যৰ ৰাজধানী বুলি জনা গৈছিল . | assamese | male | iitm-indic-tts | 4.609 |
train_assamesemale_00016 | training_audio\assamese\audio\train_assamesemale_00016.wav | এনেবোৰ কাৰণতে কোম্পানীয়ে টাটা ছুমোক বন্ধ কৰাৰ সিদ্ধান্ত লয় . | assamese | male | iitm-indic-tts | 4.487 |
train_assamesemale_00017 | training_audio\assamese\audio\train_assamesemale_00017.wav | বিৱৰণ স্থাপন কৰা সম্ভব নহয় . | assamese | male | iitm-indic-tts | 2.816 |
train_assamesemale_00018 | training_audio\assamese\audio\train_assamesemale_00018.wav | নিহত সন্ত্ৰাসবাদী দুটা চিনাক্ত কৰিব পৰা হোৱা নাই . | assamese | male | iitm-indic-tts | 3.631 |
train_assamesemale_00019 | training_audio\assamese\audio\train_assamesemale_00019.wav | এই প্ৰমাণপত্ৰ পুনৰ ভৰ্তি কৰোঁতে ত্ৰুটি . | assamese | male | iitm-indic-tts | 3.354 |
train_assamesemale_00020 | training_audio\assamese\audio\train_assamesemale_00020.wav | খুব চেষ্টা কৰোঁ নিজক সংশোধন কৰিবলৈ . | assamese | male | iitm-indic-tts | 2.908 |
train_assamesemale_00021 | training_audio\assamese\audio\train_assamesemale_00021.wav | ইয়াৰ ওপৰিও তেওঁ কৰা পাপৰ বাবে আন্তৰিকতাৰে অনুতাপ কৰিছিল . | assamese | male | iitm-indic-tts | 4.562 |
train_assamesemale_00022 | training_audio\assamese\audio\train_assamesemale_00022.wav | সেই সময়ছোৱাত কি হৈছিল তাৰ বিষয়ে বিশ্লেষণ কৰি চাওঁ আহক . | assamese | male | iitm-indic-tts | 3.903 |
train_assamesemale_00023 | training_audio\assamese\audio\train_assamesemale_00023.wav | প্ৰাচীন সময়তো তেনে অৱস্থাত থকা ভাই ভনীসকলক আন ভাই ভনীসকলে সহায় আগবঢ়াইছিল . | assamese | male | iitm-indic-tts | 6.48 |
train_assamesemale_00024 | training_audio\assamese\audio\train_assamesemale_00024.wav | টেব এঘাৰ লৈ পৰিবৰ্তন কৰিবলৈ ব্যৱহৃত হয় শৰ্টকাট চাবি . | assamese | male | iitm-indic-tts | 4.901 |
train_assamesemale_00025 | training_audio\assamese\audio\train_assamesemale_00025.wav | গতিকে মই চুলি ক্ষুৰাবলৈ বাধ্য . | assamese | male | iitm-indic-tts | 2.557 |
train_assamesemale_00026 | training_audio\assamese\audio\train_assamesemale_00026.wav | নস্কৰাৰ মানুহে দৈনিন্দন জীৱনত দিন , মাহ , বছৰ তাৰিখৰ ফৰ্মেটটো অনুসৰণ কৰে . | assamese | male | iitm-indic-tts | 6.405 |
train_assamesemale_00027 | training_audio\assamese\audio\train_assamesemale_00027.wav | হাতত সেইবোৰ কি লৈ আছা ? লখিমপুৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে ব্যাপক প্ৰতিবাদ . | assamese | male | iitm-indic-tts | 7.585 |
train_assamesemale_00028 | training_audio\assamese\audio\train_assamesemale_00028.wav | কেৱল তেওঁৰ কথাই পতা হোৱা নাছিল . | assamese | male | iitm-indic-tts | 2.576 |
train_assamesemale_00029 | training_audio\assamese\audio\train_assamesemale_00029.wav | অধিক তথ্যৰ বাবে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে . | assamese | male | iitm-indic-tts | 3.828 |
train_assamesemale_00030 | training_audio\assamese\audio\train_assamesemale_00030.wav | পুনঃ নাম দিয়া ফাইলক বৰ্তমান পৰিস্ৰাৱন কৰা হৈছে . | assamese | male | iitm-indic-tts | 3.8 |
train_assamesemale_00031 | training_audio\assamese\audio\train_assamesemale_00031.wav | অন্যথা কৰ্তন কৰা হব দৰমহা . | assamese | male | iitm-indic-tts | 2.699 |
train_assamesemale_00032 | training_audio\assamese\audio\train_assamesemale_00032.wav | সকলো সময়তে সজাগ হৈ থাকিব লগা হৈছিল . | assamese | male | iitm-indic-tts | 3.307 |
train_assamesemale_00033 | training_audio\assamese\audio\train_assamesemale_00033.wav | এতিয়ালৈ ঘটনাস্থলীত কোনো লোকৰ ক্ষতি হোৱা নাই . | assamese | male | iitm-indic-tts | 3.362 |
train_assamesemale_00034 | training_audio\assamese\audio\train_assamesemale_00034.wav | ফ্ৰণ্ট প্ৰসাৰন ৰাজ্যত পঞ্চায়তৰ অধীনত বহু উন্নয়নমূলক কামকাজ হৈছে . | assamese | male | iitm-indic-tts | 5.249 |
train_assamesemale_00035 | training_audio\assamese\audio\train_assamesemale_00035.wav | উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দায়িত্ব গ্ৰহণ কৰা উত্তৰপূবৰ প্ৰথমজন ব্যক্তি হব গগৈ . | assamese | male | iitm-indic-tts | 6.5 |
train_assamesemale_00036 | training_audio\assamese\audio\train_assamesemale_00036.wav | উৎসাহজনক কথোপকথনৰ অভ্যাস গঢ়ি তুলিবলৈ হলে আমাৰ লাক্ষণিক হৃদয়ক পৰীক্ষা কৰা উচিত . | assamese | male | iitm-indic-tts | 6.441 |
train_assamesemale_00037 | training_audio\assamese\audio\train_assamesemale_00037.wav | নিৰ্দিষ্ট সেৱাত উপস্থিত সকল ডাটাবেস অনুসন্ধানৰ নিৰ্দেশ দিয়া হয় . | assamese | male | iitm-indic-tts | 5.087 |
train_assamesemale_00038 | training_audio\assamese\audio\train_assamesemale_00038.wav | যদিও তেখেতে কোনো কাৰণ ৰাজহুৱা কৰা নাছিল . | assamese | male | iitm-indic-tts | 3.464 |
train_assamesemale_00039 | training_audio\assamese\audio\train_assamesemale_00039.wav | সি তেনেকুৱা মোক বহুত সহায় কৰিছে . | assamese | male | iitm-indic-tts | 2.651 |
train_assamesemale_00040 | training_audio\assamese\audio\train_assamesemale_00040.wav | কিন্তু একেই সময়ত তেওঁলোকে পাপময় কাৰ্য্যবোৰ কৰিবলৈ ত্যাগ দিয়া নাছিল . | assamese | male | iitm-indic-tts | 4.755 |
train_assamesemale_00041 | training_audio\assamese\audio\train_assamesemale_00041.wav | অৱস্থাৰ নিৰীক্ষণ লোকসকলক ব্যস্ত ৰাখিবলৈ বহু ধৰণৰ সুলভ মূল্যৰ মনোৰঞ্জনৰ ব্যৱস্থা কৰা হৈছে . | assamese | male | iitm-indic-tts | 6.831 |
train_assamesemale_00042 | training_audio\assamese\audio\train_assamesemale_00042.wav | তেতিয়া তোমাৰ লগত পৰিচয় নাছিল মোৰ . | assamese | male | iitm-indic-tts | 2.568 |
train_assamesemale_00043 | training_audio\assamese\audio\train_assamesemale_00043.wav | মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ . | assamese | male | iitm-indic-tts | 2.58 |
train_assamesemale_00044 | training_audio\assamese\audio\train_assamesemale_00044.wav | কিবৰ্ড চৰ্টকাটসমূহত দলৰ নাম উল্লেখ কৰা হোৱা নাই . তদুপৰি এজন মিছলীয়াই কেতিয়াও ঈশ্বৰৰ অনুমোদন পাব নোৱাৰে . | assamese | male | iitm-indic-tts | 8.584 |
train_assamesemale_00045 | training_audio\assamese\audio\train_assamesemale_00045.wav | বিভিন্ন কাৰণত বহুজাতিক কোম্পানীৰ ঔষধৰ দাম জেনেৰিক ঔষধৰ দামতকৈ বহুগুণে বেছি . | assamese | male | iitm-indic-tts | 6.37 |
train_assamesemale_00046 | training_audio\assamese\audio\train_assamesemale_00046.wav | দিপাৱলীৰ পিছদিনাৰ পৰাই গুজৰাটী সকলৰ নতুন বছৰ আৰম্ভ হয় . | assamese | male | iitm-indic-tts | 4.518 |
train_assamesemale_00047 | training_audio\assamese\audio\train_assamesemale_00047.wav | পাঁচনি পিতৰত থকা এনে উত্তম গুণবোৰে তেওঁৰ ভুলবোৰ ঢাকি পেলাইছিল . | assamese | male | iitm-indic-tts | 4.891 |
train_assamesemale_00048 | training_audio\assamese\audio\train_assamesemale_00048.wav | কিন্তু এতিয়াও শেষ হোৱা নাই আমাৰ কাম সেইখিনি , থৈ দিয়ক . | assamese | male | iitm-indic-tts | 3.833 |
train_assamesemale_00049 | training_audio\assamese\audio\train_assamesemale_00049.wav | বিন্যাসৰ নাম উল্লেখ কৰা আৱশ্যক . | assamese | male | iitm-indic-tts | 2.489 |
train_assamesemale_00050 | training_audio\assamese\audio\train_assamesemale_00050.wav | যোৱা দুবছৰত পোনপটীয়া বৈদেশিক বিনিয়োগৰ ইকুইটি বাৱন্ন শতাংশ বৃদ্ধি হৈছে . | assamese | male | iitm-indic-tts | 5.684 |
train_assamesemale_00051 | training_audio\assamese\audio\train_assamesemale_00051.wav | সেয়েই হৈছে প্ৰকৃত জনতাৰ শিল্পীৰ লক্ষণ . | assamese | male | iitm-indic-tts | 3.246 |
train_assamesemale_00052 | training_audio\assamese\audio\train_assamesemale_00052.wav | সেয়েহে তেওঁলোকক পৃথিৱীৰ সকলো দিশতে শুভবাৰ্ত্তা প্ৰচাৰ কৰা লোক হিচাবে জনা যায় . | assamese | male | iitm-indic-tts | 6.121 |
train_assamesemale_00053 | training_audio\assamese\audio\train_assamesemale_00053.wav | সেই মুহূৰ্ততে এজন মানুহৰ হাতৰ আঙুলি ওলাই ৰাজগৃহৰ দেৱালত এক বাৰ্ত্তা লিখিলে . | assamese | male | iitm-indic-tts | 5.629 |
train_assamesemale_00054 | training_audio\assamese\audio\train_assamesemale_00054.wav | আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই মই ঈশ্বৰৰ ধন্যবাদ কৰোঁ . | assamese | male | iitm-indic-tts | 4.175 |
train_assamesemale_00055 | training_audio\assamese\audio\train_assamesemale_00055.wav | সম্পদ নথিপত্ৰসমূহৰ বাবে ব্যৱহৃত হোৱা একে বিন্যাসত এটা স্ট্ৰিং হিচাপে অভিব্যক্ত হয় . | assamese | male | iitm-indic-tts | 6.466 |
train_assamesemale_00056 | training_audio\assamese\audio\train_assamesemale_00056.wav | এই অত্যাচাৰসমূহ তেতিয়াহে উপশম ঘটিব যেতিয়া চয়তানৰ এই ৰীতি ব্যৱস্থাক ধ্বংস কৰা হব . | assamese | male | iitm-indic-tts | 6.39 |
train_assamesemale_00057 | training_audio\assamese\audio\train_assamesemale_00057.wav | তথাপিও তেওঁলোকে সেই শূন্যতাক পূৰণ কৰিব নোৱাৰে . | assamese | male | iitm-indic-tts | 3.335 |
train_assamesemale_00058 | training_audio\assamese\audio\train_assamesemale_00058.wav | কি শোভা নোপোৱাৰ কথা কোৱাহে জেঠাই ? আৰু এতিয়াও পোৱা নাই হয়তো . | assamese | male | iitm-indic-tts | 4.018 |
train_assamesemale_00059 | training_audio\assamese\audio\train_assamesemale_00059.wav | এটা অপ্ৰত্যাশিত সকিয়নী সংবাদ গ্ৰহণ কৰিছে . | assamese | male | iitm-indic-tts | 3.471 |
train_assamesemale_00060 | training_audio\assamese\audio\train_assamesemale_00060.wav | নিজৰ প্ৰাণ বচাবলৈ সকলোৱে অলপ চেষ্টাটো কৰেই . | assamese | male | iitm-indic-tts | 3.431 |
train_assamesemale_00061 | training_audio\assamese\audio\train_assamesemale_00061.wav | তদুপৰি আমি যীচুৱে দিয়া আশ্বাসৰ পৰা উৎসাহিত হওঁ . | assamese | male | iitm-indic-tts | 3.456 |
train_assamesemale_00062 | training_audio\assamese\audio\train_assamesemale_00062.wav | যিহেতু আমি নিৰ্য্যাতনৰ সন্মূখীন হোৱাৰ আশা কৰিব পাৰোঁ . | assamese | male | iitm-indic-tts | 3.749 |
train_assamesemale_00063 | training_audio\assamese\audio\train_assamesemale_00063.wav | এতিয়া আমি প্ৰতিদিনে শিকিবলৈ সক্ষম হৈছো . | assamese | male | iitm-indic-tts | 2.996 |
train_assamesemale_00064 | training_audio\assamese\audio\train_assamesemale_00064.wav | হাতৰ মুঠি টান হৈ আহিছে মোৰ . | assamese | male | iitm-indic-tts | 2.223 |
train_assamesemale_00065 | training_audio\assamese\audio\train_assamesemale_00065.wav | সন্তানৰ চোৱাচিতাৰ দায়িত্ব মাক বা শাহুৱেকৰ . | assamese | male | iitm-indic-tts | 3.338 |
train_assamesemale_00066 | training_audio\assamese\audio\train_assamesemale_00066.wav | চিস্টেমৰ পৰা লগ আউট কৰা হৈছে . | assamese | male | iitm-indic-tts | 2.383 |
train_assamesemale_00067 | training_audio\assamese\audio\train_assamesemale_00067.wav | ঈশ্বৰক মহিমা কৰা উদাহৰণসমূহ . তিনিটা মৃতদেহ ইতিমধ্যে চিনাক্ত কৰা হৈছে . | assamese | male | iitm-indic-tts | 5.242 |
train_assamesemale_00068 | training_audio\assamese\audio\train_assamesemale_00068.wav | ভৱিষ্যতৰ বাবে আমাৰ সপোন একে . | assamese | male | iitm-indic-tts | 2.489 |
train_assamesemale_00069 | training_audio\assamese\audio\train_assamesemale_00069.wav | আমি বিধেয়কখনৰ বিৰোধিতা কৰিছো কাৰণ ই বৈষম্যমূলক . | assamese | male | iitm-indic-tts | 3.8 |
train_assamesemale_00070 | training_audio\assamese\audio\train_assamesemale_00070.wav | পইণ্টাৰৰ অন্তৰ্ভুক্ত কৰা হব , আমি সেই ফলাফল বিশ্বব্যাপি বৃদ্ধি হোৱা ৰিপোৰ্টত দেখিবলৈ পাওঁ . | assamese | male | iitm-indic-tts | 6.614 |
train_assamesemale_00071 | training_audio\assamese\audio\train_assamesemale_00071.wav | সেয়েহে এই আক্ৰমণ জৰুৰী হৈ পৰিছিল . | assamese | male | iitm-indic-tts | 2.872 |
train_assamesemale_00072 | training_audio\assamese\audio\train_assamesemale_00072.wav | এই কথা তেওঁক স্পষ্টকৈ সুধিলো . | assamese | male | iitm-indic-tts | 2.594 |
train_assamesemale_00073 | training_audio\assamese\audio\train_assamesemale_00073.wav | দাম বৃদ্ধি হব পেট্ৰল আৰু ডিজেলৰ . | assamese | male | iitm-indic-tts | 3.003 |
train_assamesemale_00074 | training_audio\assamese\audio\train_assamesemale_00074.wav | মই সেই অনুসাৰে চলিবও বিচাৰোঁ . | assamese | male | iitm-indic-tts | 2.533 |
train_assamesemale_00075 | training_audio\assamese\audio\train_assamesemale_00075.wav | তেনেধৰণৰ নিপুণতাই আমাক শিষ্য বনোৱা কাৰ্য্যত সহায় কৰে . | assamese | male | iitm-indic-tts | 4.355 |
train_assamesemale_00076 | training_audio\assamese\audio\train_assamesemale_00076.wav | ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিছে যে আমি দ্ৰুতগতিৰে অধিক কাম কৰিছো . | assamese | male | iitm-indic-tts | 5.658 |
train_assamesemale_00077 | training_audio\assamese\audio\train_assamesemale_00077.wav | নথিপত্ৰৰ পৰিচালনা আমাৰ বিবেচনা শক্তি আৰু আন্তৰিক মূল্যাঙ্কনে অদৃশ্যবোৰ যে বাস্তৱিকতাৰ প্ৰতি বিশাস জন্মায় . | assamese | male | iitm-indic-tts | 8.742 |
train_assamesemale_00078 | training_audio\assamese\audio\train_assamesemale_00078.wav | পুনৰুদ্ধাৰৰ বাবে কোনো পঞ্জিকা উপলব্ধ নহয় . | assamese | male | iitm-indic-tts | 3.456 |
train_assamesemale_00079 | training_audio\assamese\audio\train_assamesemale_00079.wav | প্রধানমন্ত্রীয়ে ২০১৮ৰ ২১ অক্টোবৰত এই সংগ্রহালয়ৰ আধাৰশিলা স্থাপন কৰিছিল . | assamese | male | iitm-indic-tts | 6.206 |
train_assamesemale_00080 | training_audio\assamese\audio\train_assamesemale_00080.wav | কিন্তু তেওঁ যিসকলক দান হিচাবে দিলে তেওঁলোক হৈছে অসিদ্ধ . | assamese | male | iitm-indic-tts | 4.606 |
train_assamesemale_00081 | training_audio\assamese\audio\train_assamesemale_00081.wav | লৈ সংযোগ কৰোঁতে এটা ভুল হল . | assamese | male | iitm-indic-tts | 3.174 |
train_assamesemale_00082 | training_audio\assamese\audio\train_assamesemale_00082.wav | ঊনত্ৰিশ পৃষ্ঠাৰ ছবি সম্পূৰ্ণ তালিকা মানৱ সেৱাই হেনো পৃথিৱীৰ শ্ৰেষ্ঠ ধৰ্ম . | assamese | male | iitm-indic-tts | 5.839 |
train_assamesemale_00083 | training_audio\assamese\audio\train_assamesemale_00083.wav | দুয়োপক্ষৰ সৈন্যই সমানে শক্তিশালী আৰু অস্ত্ৰৰে সুসজ্জিত আছিল . | assamese | male | iitm-indic-tts | 5.233 |
train_assamesemale_00084 | training_audio\assamese\audio\train_assamesemale_00084.wav | কিছুমান প্ৰিন্টাৰৰ চিয়াঁহী স্তৰ আৰু অন্য তথ্য প্ৰদৰ্শন কৰিবলৈ এটা বিল্টইন পৰ্দা থাকে . | assamese | male | iitm-indic-tts | 7.056 |
train_assamesemale_00085 | training_audio\assamese\audio\train_assamesemale_00085.wav | তেওঁলোকে বিৰোধিতা কৰিব পাৰে . | assamese | male | iitm-indic-tts | 2.438 |
train_assamesemale_00086 | training_audio\assamese\audio\train_assamesemale_00086.wav | তাক লৈ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই . | assamese | male | iitm-indic-tts | 2.97 |
train_assamesemale_00087 | training_audio\assamese\audio\train_assamesemale_00087.wav | অনুগ্ৰহ কৰি ইনস্টলেশন পৰীক্ষা কৰক . | assamese | male | iitm-indic-tts | 2.805 |
train_assamesemale_00088 | training_audio\assamese\audio\train_assamesemale_00088.wav | প্ৰদৰ্শনৰ উজ্জ্বলতাৰ মাত্ৰা অকল বৰ্তমানে নিৰ্বাচিত অংশত অনুসন্ধান কৰা হ ব . | assamese | male | iitm-indic-tts | 6.285 |
train_assamesemale_00089 | training_audio\assamese\audio\train_assamesemale_00089.wav | আমাৰ ছোৱালীক পাত্তা দিবলৈয়ে সময় নাই . | assamese | male | iitm-indic-tts | 2.99 |
train_assamesemale_00090 | training_audio\assamese\audio\train_assamesemale_00090.wav | অৱশ্যে বৰ বেছিদিন কৰা নাই . | assamese | male | iitm-indic-tts | 2.652 |
train_assamesemale_00091 | training_audio\assamese\audio\train_assamesemale_00091.wav | এনেকুৱা অজস্ৰ প্ৰশ্ন আপুনি নিজকে কৰেনে ? একোনো ত্ৰুটি প্ৰেৰণ কৰা নাই . | assamese | male | iitm-indic-tts | 5.77 |
train_assamesemale_00092 | training_audio\assamese\audio\train_assamesemale_00092.wav | মই চাই থাকিব নোৱাৰো তলমূৰ কৰি . | assamese | male | iitm-indic-tts | 2.801 |
train_assamesemale_00093 | training_audio\assamese\audio\train_assamesemale_00093.wav | জীৱনৰ প্ৰতিটো মুহূৰ্ততে বিপদে অপেক্ষা কৰি আছে . | assamese | male | iitm-indic-tts | 4.046 |
train_assamesemale_00094 | training_audio\assamese\audio\train_assamesemale_00094.wav | বৃত্তটোৰ পৰা মানুহ আঁতৰি আহিব লাগিব . | assamese | male | iitm-indic-tts | 3.349 |
train_assamesemale_00095 | training_audio\assamese\audio\train_assamesemale_00095.wav | পটভূমিৰ ছবি কিমান এন্ধাৰ কৰা হব ? মন্তব্য প্ৰতিবেদন কৰা নাযায় . | assamese | male | iitm-indic-tts | 5.303 |
train_assamesemale_00096 | training_audio\assamese\audio\train_assamesemale_00096.wav | এইপৰ্যন্ত চিনাক্ত হোৱা নাই মৃত লোকজন . | assamese | male | iitm-indic-tts | 3.027 |
train_assamesemale_00097 | training_audio\assamese\audio\train_assamesemale_00097.wav | যাৰ ফলত চিন্তিত হৈ পৰে পৰিয়ালৰ লোকসকল . | assamese | male | iitm-indic-tts | 3.44 |
train_assamesemale_00098 | training_audio\assamese\audio\train_assamesemale_00098.wav | দিনে ৰাতিয়ে তেওঁ মন্দিৰত আৰাধনা কৰিবলৈ থিয় হোৱা দেখা গল . | assamese | male | iitm-indic-tts | 4.718 |
train_assamesemale_00099 | training_audio\assamese\audio\train_assamesemale_00099.wav | দৃষ্টিহীন আৰু অন্য ছপা মাধ্যমত পঢ়িবলৈ অসুবিধা পোৱা লোকসকলৰ বাবে কিতাপ উপলব্ধ কৰা হৈছে . | assamese | male | iitm-indic-tts | 7.291 |
train_assamesemale_00100 | training_audio\assamese\audio\train_assamesemale_00100.wav | মথি ছয় বাইস , ইয়ে এজন ব্যক্তিক সন্তুষ্টি হবলৈ সহায় কৰে . | assamese | male | iitm-indic-tts | 5.213 |
README.md exists but content is empty.
- Downloads last month
- 14,624