Datasets:
text stringlengths 50 76.8k |
|---|
নলবাৰী ভাৰতৰ উত্তৰ-পূব দিশত থকা অসম ৰাজ্যৰ নলবাৰী জিলাৰ এখন নগৰ আৰু পৌৰসভা এলেকা
ভৌগোলিক অৱস্থিতি
ইতিহাস |
সংঘ পৰিবাৰ হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বাৰা গঠিত হিন্দু জাতীয়তাবাদী সংগঠনৰ মিত্ৰতা ইয়াত ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি, ধৰ্মীয় সংগঠন বিশ্ব হিন্দু পৰিষদ, ছাত্ৰ সংঘ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু শ্ৰমিক সংঘ, ভাৰতীয় কিষাণ সংঘৰ লগতে অন্যান্য
তথ্য সংগ্ৰহ |
শান্তিজান বজাৰ হৈছে নগাঁও জিলৰ নগাঁও চহৰৰ পৰা পছিমে ১৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত এখন ঐতিহাসিক আৰু সৰ্ববৃহৎ বজাৰ সপ্তাহত মঙ্গল আৰু শনিবাৰে এই বজাৰ খন অনুষ্ঠিত হয় বজাৰ খন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নামাকৰণ কৰা শান্তি জান বিলৰ কাষতে অৱষ্ঠিত হোৱাৰ বাবে এই বজাৰ খনে শান্তিজান বজাৰ নামে মাধ্য অসমত খ্যাত হৈ পৰে |
উমনি পৰজীৱী বোৰ সাধাৰণতে কণী পৰা চৰাই হয় কিন্তু এইবোৰ চৰাইয়ে নিজৰ কণী উমনি নিজে লব নোৱাৰে যাৰ ফলত আন চৰাইৰ বাহত অন্য চৰাইৰ কণীৰ লগত থৈ আহে আৰু সেই চৰাইয়ে নিজৰ কণী বুলি ভাবি উমনি দিয়ে আৰু নতুন প্ৰজন্মৰ বংশবৃদ্ধি হয়
তথ্য সংগ্ৰহ |
জাঁজী হৈছে শিৱসাগৰ আৰু যোৰহাট জিলাত অৱস্থিত এটা সৰু অৰ্ধ-গ্ৰাম্য অঞ্চল জাঁজী নদীয়ে এই দুখন জিলাক বিভক্ত কৰে
তথ্যসূত্ৰ
শ্ৰেণী:অসমৰ প্ৰশাসনিক অঞ্চল |
শ্ৰেণী:অবৈধভাৱে সুৰক্ষা সাঁচ স্থাপন কৰা ৱিকিপিডিয়া প্ৰবন্ধসমূহ |
পদাৰ্থ বিজ্ঞানত ফটন এবিধ প্ৰাথমিক কণা ৷
তথ্যসূত্ৰ |
অসম গণ সংগ্ৰাম পৰিষদ ( ), ভাৰতৰ অসম ৰাজ্যৰ এটা ৰাজনৈতিক দল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত ১৯৯৯ চনত অসম গণ সংগ্ৰাম পৰিষদ গঠিত হৈছিল অসম গণ সংগ্ৰাম পৰিষদৰ সভাপতি যতীন্দ্ৰ কুমাৰ বৰগোহাঁই
২০০১ চনৰ ৰাজ্য বিধানসভা নিৰ্বাচনত অসম গণ সংগ্ৰাম পৰিষদে ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ পাৰ্টীৰ নেতৃত্বৰ -ত যোগ দিছিল
শ্ৰেণী... |
46 একপ্ৰকাৰৰ ডিজেল-বৈদ্যুতিক যাত্ৰীবাহী ৰেলৰ ইঞ্জিন মূল-চালিকা এটি ডিজেল ইঞ্জিনে চলোৱা পৰিৱৰ্তী বিদ্যুতাধাৰ ( ) ৰ পৰা পোৱা পৰিৱৰ্তী বিদ্যুত-প্ৰবাহৰ () দ্বাৰা চালিত উভমুখী বৈদ্যুতিক মটৰে ( ) ইয়াক গতিশীল কৰি তোলে ইয়াক প্ৰথমে জেনেৰেল মটৰ্চৰ ইলেক্ট্ৰমটিভ ডিভিজনে নিৰ্মাণ কৰি উলিয়াইছিল আৰু তাহাঁতৰ অনুজ্ঞা-পত্ৰৰ আধাৰত ... |
ৰসায়ন বিজ্ঞানৰ এই শাখাত ৰাসায়নিক সূত্ৰসমূহ আৰু পদাৰ্থৰ ওপৰত তাপ, পোহৰ, বিদ্যুৎ আদিৰ ক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হয়
শ্ৰেণী:ৰসায়ন বিজ্ঞান |
সোণালী আপেল() হৈছে বিভিন্ন জনগোষ্ঠীয় লোককথা বা সাধুকথাত সততে দেখা দিয়া এক উপাদান পুনৰাবৃত্তিমূলক বিষয়বস্তুসমূহত এজন দানৱসদৃশ বিৰোধীয়ে লুকুৱাই ৰখা বা চুৰি কৰা সোণালী আপেলবোৰ এজন নায়কে (উদাহৰণস্বৰূপে: হাৰকিউলিছ বা -) উদ্ধাৰ কৰা দেখা যায়৷ আয়াৰলেণ্ডৰ পৌৰাণিক কাহিনীত অদাৰৱৰ্ল্ডৰ ছিলভাৰ ব্ৰাঞ্চতো সোণৰ আপেল দেখা যায়
... |
কম্পিউটাৰ ছ'ফ্টৱেৰ বা ছ'ফ্টৱেৰ হ'ল কম্পিউটাৰে কি কৰিব লাগে সেয়া জনোৱাৰ বাবে ব্যৱহাৰ কৰা ডাটা অথবা কম্পিউটাৰ নিৰ্দেশাৱলীৰ একত্ৰিত সংকলন এয়া ভৌতিক হাৰ্ডৱেৰৰ (কম্পিউটাৰ হাৰ্ডৱেৰ) বিপৰীত ভৌতিক হাৰ্ডৱেৰৰ দ্বাৰাই কম্পিউটাৰ নিৰ্মাণ কৰা হয় ইয়েই প্ৰকৃত কামবোৰ কৰে
শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান |
বি.চি.এ. অৰ্থাৎ বেছেলৰ অফ কম্পিউটাৰ এপ্লিকেচনচ হৈছে ভাৰতীয় স্নাতক বৰ্ষৰ এক তিনি বছৰীয়া পাঠ্যক্ৰম বি.চি.এ. হৈছে বি.টেক. অথবা বি.ই. সমপ্ৰ্যায়ৰ এক পাঠ্যক্ৰম বি.চি.এ. ত নামভৰ্তীৰ বাবে নুন্যমত অহৰ্তা উচ্চতম মাধ্যমিকত ৫০ শতাংশ সহ সফলতাৰে উৰ্ত্তিণ হব লাগিব আৰু কোনো কোনো মহাবিদ্যালয়ে উচ্চতম মাধ্যমিকত ৫০ শতাংশ নম্বৰৰ লগত... |
লিটল মাৰ্মেইড (ডেনিছ: , ইংৰাজী: ) হৈছে হান্স ক্ৰিষ্টিয়ান এণ্ডাৰছন ৰচিত এটি সাধু কথা |
মাতৃদিৱস মূলত: পৰিয়ালৰ আৰু পৰিয়ালকেন্দ্ৰিক সম্পৰ্কৰ প্ৰেক্ষাপটত মাতৃসকলৰ আৰু মাতৃত্বৰ প্ৰতি শ্ৰদ্ধাজ্ঞাপনৰ বাবে বিংশ শতাব্দীৰ শেষৰপিনে পশ্চিমীয়া সভ্যতাত প্ৰবৰ্তিত এটি বাৰ্ষিক উদযাপন যুক্তৰাষ্ট্ৰৰ পশ্চিম ভাৰ্জিনিয়া অঙ্গৰাজ্যৰ গ্ৰাফ্টনত সৰ্বপ্ৰথম মাতৃদিৱসক ছুটিৰ দিন হিচাবে প্ৰবৰ্তন কৰা হয় ইয়াৰ কৃতিত্ব আনা জাৰ্ভিচৰ ... |
১৯ শতিকাৰ মাজভাগত অসমত সংঘটিত হোৱা ব্ৰিটিছ বিৰোধী ষড়যন্ত্ৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা এজন উল্লেখযোগ্য ব্যক্তি আছিল মায়াৰম নাজিৰ কলিকতাত মণিৰাম দেৱানৰ সৈতে ঘনিষ্ঠ সহযোগিতা কৰি ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা অসমৰ অভিজাত সদস্যসকলৰ ভিতৰত মায়াৰম নাজিৰ অন্যতম এই গোটত বাহাদুৰ গাঁওবুঢ... |
সুন্দৰপুৰ গেষ্ট হাউচ হৈছে ৰেঙণি চেনেল যোগে সস্প্ৰচাৰিত এখন অসমীয়া ভাষাৰ ধাৰাবাহিক
শ্ৰেণী:অসমীয়া ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক |
ঘঁৰিয়া মাছ বা ঘোঁৰামুখীয়া মাছ (বৈজ্ঞানিক নাম: ) গণৰ এবিধ মাছ এই মাছবিধ ভাৰত, বাংলাদেশ, পাকিস্তান আৰু নেপালত পোৱা যায় |
চাগৈলীকান্দা পুখুৰী হৈছে অসমৰ ওডালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত শিলপোটা মৌজাৰ নাহৰবাৰী গাঁৱত অৱস্থিত এটা ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ পুখুৰী এই পুখুৰীটো ভূঞা ৰজাৰ দিনত খন্দা বুলি অনুমান কৰিব পাৰি বুৰঞ্জীমতে দৰঙত ১২০০ ৰ পৰা ১৪০৩ খ্ৰীষ্টাব্দলৈ ভূঞা বংশীয় ৰজাই ৰাজত্ব কৰিছিল খেন বংশীয় ৰজাসকলৰ ক্ষমতা লোপ পাই অহাত ভূ... |
() - সংঘ লোকসেৱা আয়োগ
() - বিশ্ববিদ্যালয় অনুদান আয়োগ
() - বৈজ্ঞানিক আৰু উদ্যোগিক গৱেষণা পৰিষদ
() - মানৱ সম্পদ উন্নয়ন গোট
() - বিজ্ঞান আৰু কাৰিকৰী গৱেষণা পৰিষদ
() - ভাৰতীয় বিজ্ঞান অকাডেমী
() - টাটা সমাজ-বিজ্ঞান প্ৰতিষ্ঠান
, () প্ৰযুক্তি তথ্য, পূৰ্বানুমান আৰু মূল্যায়ন পৰিষদ
... |
ৰেটিনা (ইংৰাজী:) হ'ল চকুৰ গোলকৰ ভিতৰত থকা পোহৰ অনুভৱ কৰিব পৰা পৰ্দা বাহিৰৰ দৃশ্যৰ প্ৰতিচ্ছবি ৰেটিনাত পৰিলে দৃশ্যটো চকুৱে দেখা পায়
শ্ৰেণী:শৰীৰতত্ত্ব |
পাক্কে পাগা অৰুণাচল প্ৰদেশৰ নিচি জনজাতিৰ মাজত উদযাপিত এক উৎসৱ এই উৎসৱ ধনেশ সংৰক্ষণৰ বাবে বিশেষ পৰম্পৰা আছে অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাত বসতি-প্ৰধান নিচি জনজাতিৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় বহুতো পৰম্পৰা আছে
তথ্য সংগ্ৰহ
শ্ৰেণী:ভাৰতৰ উৎসৱসমূহ |
ফ্ৰেইণ্ডছ হৈছে এখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইংৰাজী ভাষাৰ চিটুৱেচন কমেডি ধাৰাবাহিক মুঠ দহটা শৃংখলাৰ এই ধাৰাবাহিকখন প্ৰচাৰিত হৈছিল ২২ চেপ্টেম্বৰ ১৯৯৪ৰ পৰা ৬ মে ২০০৪ পৰ্যন্ত |
ধনঞ্জয়দাস কাঠিয়াবাবা (১৩০৮ ১৩৯০ বঙাবদ) এজন বিশিষ্ট বঙালী সাধু আৰু নিম্বাৰ্ক সমুদায় পন্থাৰ অন্তৰ্গত আশ্ৰম আৰু মথাৰ মুৰব্বী আছিলপাকৰাচী, চিত্তৰঞ্জন দিল্লীৰ বাঙালী সৃষ্টি সুখ প্ৰকাশন আই এছ বি এন ৯৭৮-১-৯৪৩৪৩৮-২৪-২প্ৰথম খণ্ড, সুবোধচন্দ্ৰ সেনগুপ্ত আৰু অঞ্জলি বসু (২০০২) সংগসাদ বাংলা চৰিতাভিধান কলিকতাঃ সাহিত্য সংগসাদ ২২৭ প... |
-2 ভাৰতীয় ৰেলৰ এক দীৰ্ঘ সময়ৰ প্ৰধান ডিজেল ইঞ্জিন এই ইঞ্জিনশ্ৰেণীৰ প্ৰথম কেইটামান এলকোৰদ্বাৰা (আমেৰিকান ল'ক'মটিভ কোম্পানী) নিৰ্মিত আছিল আৰু ১৯৬২ চনত আমদানি কৰা হৈছিল কিন্তু ১৯৬৪ চনৰপৰা এই শ্ৰেণীৰ ইঞ্জিনৰ নিৰ্মাণ প্ৰক্ৰিয়া বাৰানসীস্থিত ডিজেল ৰেলইঞ্জিন কাৰখানা ( )ত (ডিৰেকা) আৰম্ভ হয় আৰ্হিটোৰ নামকৰণ এইদৰে কৰা হৈছিল ব্... |
শিকন এনে এক প্ৰক্ৰিয়া যি এজন ব্যক্তিৰ জন্মৰ সময়ৰ পৰাই আৰম্ভ হয় আৰু মৃত্যু পৰ্যন্ত অব্যাহত থাকে পৰিৱৰ্তনশীল পৰিৱেশৰ প্ৰয়োজনীয়তা অনুসৰি ব্যক্তিয়ে নিজৰ সামৰ্থ্য অনুসৰি শিকাৰ প্ৰচেষ্টাত নিয়োজিত হৈ থাকে
শিকনৰ সংজ্ঞা
বিশিষ্ট শৈক্ষিক মনোবিজ্ঞানী ই.এ. গেটছৰ মতে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ জৰিয়তে এজন ব্যক্তিৰ আচৰণৰ পৰিৱ... |
ঁ (চন্দ্ৰবিন্দু) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৪১ নং আখৰ হিচপে আছে যদিও ই এটা বৰ্ণ নহয়, এটা নাসিক্যধ্বনিহে৷ ই সদায় স্বৰবৰ্ণৰ ওপৰত বহি নাসিক্য ধ্বনি সূচায়, অৰ্থাৎ ইয়াক উচ্চাৰণ কৰোঁতে স্বৰধ্বনি নাকেৰে উচ্চাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইংৰাজী ধ্বনিযুক্ত বৰ্ণ বুজাবলৈয়ো চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়৷ যেনে: নগাঁও৷ নিজে নিজে উচ্... |
ং (উনস্বৰ) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৯ নং বৰ্ণ উনস্বৰ হৈছে নাকৰ ধ্বনিৰ প্ৰকাৰ চিনাক্তকৰণৰ বাবে ব্যৱহাৰ কৰা বৈশিষ্ট্যপূৰ্ণ বা ধ্বনিগত চিহ্ন ইয়াৰ উৎপত্তি সংস্কৃত ভাষা আৰু ব্ৰাহ্মী লিপিত আৰু ইয়াৰ ব্যৱহাৰ হয় মূলতঃ দেৱনাগৰী, অসমীয়া-বাংলা, বাৰ্মিজ, সিংহল, তেলুগু, থাই আদি লিপিৰ ক্ষেত্ৰত শব্দটোৰ ভাষা আৰু স্থানৰ ওপৰত নিৰ্ভ... |
ঃ (বিসৰ্গ) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৪০ নং আখৰ
' ঃ'যুক্ত শব্দৰ উদাহৰণ
উঃআঃ
মনঃপূত
মনঃস্তাত্বিক
বাঃবাঃ
হাঃহাঃ
শ্ৰেণী:অসমীয়া ব্যঞ্জনবৰ্ণ |
অ (বঙালী লিপিত অ) বঙালী স্বৰবৰ্ণমালাৰ প্ৰথম আখৰ:... ত দিয়া ক্ৰম অনুসৰি ই এক স্বৰবৰ্ণ, অৰ্থাৎ এই আখৰ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত বাধিত নহয়
এই স্বৰবৰ্ণৰ স্বৰচিহ্ন
ব্যঞ্জনবৰ্ণ যেনে ক, খ, গৰ সৈতে এই বৰ্ণ যংযুক্ত হৈ থাকে সেয়ে এই বৰ্ণ স্বৰবৰ্ণৰ সৈতে যোগ হ'লে কোনো অন্য চিনৰ প্ৰয়োগ নহয় যেনে ক্অক
'অ'ৰে ... |
অ'ক চৰাই বা ( ) এবিধ বিলুপ্ত সামুদ্ৰিক চৰাই স্কাণ্ডিনেভিয়া, স্পেইন, গ্ৰীণলেণ্ড আদি ঠাইক সামৰি উত্তৰ আটলাণ্টিক আৰু প্ৰশান্ত মহাসাগৰৰ উপকুল অঞ্চলত এসময়ত পৰ্যাপ্ত পৰিমাণে অ'ক চৰাই আছিল কিন্তু সুস্বাদু মাংস আৰু কণীৰ অধিকাৰী হোৱা বাবে মানুহৰ নৃশংসতাৰ ফলত এইবিধ চৰাই কমি আহিবলৈ ধৰিলে জোঙা বহল ঠোঁট থকা অ'ক চৰাইৰ পাখি দুখন ... |
অ'কাজাকি দুৰ্গ জাপানৰ আইচি অঞ্চলৰ অ'কাজাকি চহৰত অৱস্থিত এক জাপানী দুৰ্গ এডো যুগৰ শেষত, ই অ'কাজাকি অঞ্চলৰ হোণ্ডা ক্লান পৰিয়ালৰ বাসস্থান আছিল, সেয়ে দুৰ্গটো তকুগাউৱা ইয়েৱাছু আৰু তকুগাউৱা ক্লানৰ পৰিয়ালৰ সংশ্লিষ্টতাৰ বাবে বেছি পৰিচিত দুৰ্গটোক টাৎছোজো নামেৰেও জনা যায়
ইতিহাস
১৪৫৫ চনত বৰ্তমান দুৰ্গৰ ওচৰত ছাইগ' ত্ছুগিউৰ... |
অ'চেন অফ টিয়েৰৰ্চ () হ'ল ২০১২ চনত ৰাজীৱ মেহৰোটাৰ দ্বাৰা প্ৰযোজিত কাশ্মীৰী ভাষাত বিল্লাল এ জান পৰিচালিত এখন চুটি তথ্যচিত্ৰ, এই তথ্যচিত্ৰখন ভাৰতীয় ৰাজহুৱা সেৱা সম্প্ৰচাৰ ন্যাস (পিবিএছটি) ৰ বেনাৰত নিৰ্মিত চলচ্চিত্ৰখন কাশ্মীৰৰ জনসাধাৰণৰ ওপৰত, বিশেষকৈ মহিলাসকলৰ ওপৰত আৰোপ কৰা অপৰাধ আৰু মানৱ অধিকাৰ উলংঘনৰ এক তথ্যচিত্ৰ তথ্যচ... |
1.4লেছ অচেনিডছ, গুষ্টাভ ডৰেৰ দ্বাৰা অংকন কৰা চিত্ৰ ()
অ'চেনিড বা অ'চেনাইড (, ইংৰাজী বা ) গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ (এটা সংস্কৰণৰ মতে "অসংখ্য" বুলি ব্যাখ্যা কৰা) সামুদ্ৰিক কন্যা, . 4041; , .. , . 401; , .. , . 315.
বিৱৰণ আৰু কাৰ্য্য
অ'চেনিডসকলৰ পিতৃ অ'চেনাছ আছিল মহান আদিম বিশ্ব... |
অ'ট বা জই () এবিধ খাদ্যশস্য ই ঘেঁহু, যৱ, ৰাই আদি শস্যজাতীয় শস্যতকৈ ই ঠাণ্ডা শীতকাল কম সহ্য কৰে অ'ট উৎপাদনৰ গ্ৰীষ্মকালীন তাপ কম আৰু অধিক বৰষুণৰ প্ৰয়োজন হয়, যাৰ বাবে উত্তৰ-পশ্চিম ইউৰোপৰ দৰে অঞ্চলত ই গুৰুত্বপূৰ্ণ হৈ পৰে, য'ত শীতল, ভিজা গ্ৰীষ্ম থাকে কম পুষ্টি আৰু এচিডযুক্ত মাটি ইহঁতে সহ্য কৰিব পাৰে অ'ট সোনকালে বৃদ্ধি পা... |
অ'ডিটৰ স্তৰসমূহ
অ'ডিট বা হিচাপ পৰীক্ষণ হৈছে কোনো এক লাভকাৰী বা অলাভকাৰী প্ৰতিষ্ঠানৰ, আকাৰ বা আইনগত প্ৰকাৰৰ ভেদ নোহোৱাকৈ, কোনো মতামত দিবৰ উদ্দেশ্যেৰে চলোৱা বিত্তীয় তথ্য আৰু হিচাপ-পত্ৰসমূহৰ এক স্বতন্ত্ৰ পৰীক্ষণ কাৰ্য অৰ্থাৎ অ'ডিটৰ যোগেদি কোনো এক প্ৰতিষ্ঠানৰ বিত্তীয় কাৰ্যকলাপ বা হিচাপ-পত্ৰ স্বতন্ত্ৰভাৱে পৰীক্ষা কৰি এই ... |
অ'নাগাৰ (; ) এছিয়া মহাদেশত পোৱা এবিধ বনৰীয়া গাধ জাৰ্মান প্ৰাণীবিজ্ঞানী পিটাৰ চাইমন পালাছে ১৭৭৫ চনত অ'নাগাৰ সম্পৰ্কে প্ৰথম বৰ্ণনা কৰে আৰু বিজ্ঞানসন্মত নামাকৰণ কৰে এইবিধ প্ৰাণীৰ ছটা উপপ্ৰজাতি আছে, ইয়াৰে দুটা ইতিমধ্যে বিলুপ্ত হৈ গৈছে
এটা প্ৰাপ্তবয়স্ক এছিয়ান বনৰীয়া গাধৰ ওজন প্ৰায় ২০০২৬০ কিলোগ্ৰাম (৪৪০৫৭০ পাউণ্... |
অ'পেক (, সংক্ষেপে ) হৈছে খনিজ তৈল ৰপ্তানিৰ সৈতে জড়িত দেশসমূহৰ এক আন্তঃৰাষ্ট্ৰীয় সংগঠন এই সংগঠনটোৰ উদ্দেশ্য হৈছে সদস্য ৰাষ্ট্ৰসমূহৰ খনিজ তৈল নীতি সমন্বয় কৰা আৰু বিশ্ব তেল বজাৰত স্থিতিশীলতা ৰক্ষা কৰা
স্থাপনা আৰু ইতিহাস
অ'পেকৰ প্ৰতিষ্ঠা ১৯৬০ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে ইৰাকৰ বাগদাদ চহৰত পাঁচখন দেশৰ সৈতে হৈছিল: ইৰাক, ই... |
অ'পেন (ইংৰাজী: ) এটি বিত্তীয় প্ৰযুক্তি সম্বন্ধীয় কোম্পানী এই কোম্পানীৰ মুখ্য দপ্তৰ ভাৰতত স্থিত অ'পেন ভাৰতৰ এশতম্ একশৃংগ কোম্পানী হ'ল মে' ২০২২ চনত- 100 , 14 ইণ্ডিয়া টাইমছ :..---100----568547. 100 কাৰেণ্ট এফেয়াৰ্ছ :.247.---100- ই এক নব্য-বেংক (-) কোম্পানীটোৰ প্ৰায় ২.৩ নিযুত গ্ৰাহক আছিল ২০২২ চনত
... |
অ'ভাৰিয়ান চিষ্ট হৈছে ডিম্বাশয়ৰ ভিতৰত তৰল পদাৰ্থৰে ভৰা মোনা সাধাৰণতে ইয়াৰ কোনো লক্ষণ দেখা নাযায়, কিন্তু মাজে মাজে ইয়াৰ বাবে পেট ফুলা, পেটৰ তলৰ অংশত বিষ বা কঁকালৰ বিষ হব পাৰেবেছিভাগ চিষ্ট ক্ষতিকাৰক নহয় যদি চিষ্টটো খুলি যায় বা ডিম্বাশয় পাক খায়, ই তীব্ৰ বিষৰ সৃষ্টি কৰিব পাৰে ইয়াৰ ফলত বমি বা মূৰ্চ্ছা যোৱা অনুভৱ... |
অ'ভিদ (, ২০ মাৰ্চ খ্ৰীষ্টপূৰ্ব ৪৩ আনুমানিক খ্ৰীষ্টপূৰ্ব ১৭১৮) আছিল এজন প্ৰাচীন ৰোমান কবি তেওঁক লেটিন ভাষাৰ সৰ্বশ্ৰেষ্ঠ কবিসকলৰ ভিতৰত গণ্য কৰা হয়"". . :..--
তেওঁৰ এখন মহাকাব্য, যত গ্ৰীক আৰু ৰোমান পৌৰাণিক কাহিনীৰ ২৫০টাতকৈ অধিক কাহিনী একে শৃংখলত সংযোজিত কৰা হৈছে এই কাব্য বিশ্বসাহিত্যৰ এটি মহান সৃষ্টি হিচাপে স্বীকৃত. ... |
অ'লগা হেনকিন (, ৯ জানুৱাৰী ১৮৫২ - ২ এপ্ৰিল ১৯৪২)এগৰাকী নাৰীবাদী, পেছাদাৰী ধাত্ৰী আৰু জায়নিষ্ট কৰ্মী আছিল যি তেওঁৰ স্বামী য়েহোছুয়া হেনকিনৰ সৈতে মিলি অট্টোমান পেলেষ্টাইন আৰু বাধ্যতামূলক পেলেষ্টাইনত জিয়নিষ্ট সংগঠনৰ বেছিভাগ ডাঙৰ মাটি ক্ৰয়ৰ বাবে দায়বদ্ধ আছিল
জীৱনী
0.75অলগা হেনকিনে হাতত চাবুক লৈ আছে; যাৰ সহায়ত তেওঁ ... |
অ'লা আলশ্বেইখ, বা অ'লা আব্বাছ আলশ্বেইখ ওমৰ ( ; জন্ম ওমডুৰমান, চুদান) এগৰাকী চুদানী মুক্ত-প্ৰাণ প্ৰামাণ্য আলোকচিত্ৰশিল্পী তেওঁ মুখ্যতঃ খাৰ্তুমৰ দৈনন্দিন জীৱন আৰু সমাজিক ঘটনাসমূহ আলোকচিত্ৰত বন্দী কৰাৰ বাবে পৰিচিত বিশেষকৈ, চুদানী মহিলা আৰু কন্যাসকলৰ ছবি তুলাত লগতে চুদানৰ সামাজিক আৰু জাতিগত বৈচিত্ৰ্য প্ৰদৰ্শন কৰাত তেওঁ গ... |
অ'লিংগুইট' (, বৈজ্ঞানিক নাম- ) শেহতীয়াকৈ আৱিষ্কাৰ হোৱা গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ স্তন্যপায়ী প্ৰাণী অ'লিঙ্গোৰ সতে ইটো (-) সংযোগ কৰি ইয়াৰ নামকৰণ কৰা হৈছে অলিঙ্গো () হল ইয়াৰ নিকট সম্পৰ্কীয় এক প্ৰাণী অ'লিঙ্গোইটো দেখাত ইয়াৰ সৈতে প্ৰায় একে কিন্তু আকাৰত সৰু হোৱা ইয়াৰ অ'লোঙ্গোৰ সৈতে ইটো (-) যোগ দিয়া হ'ল , যাৰ স্পেনিচ... |
গ্ৰীক আৰু ৰোমান পৌৰাণিক কাহিনীত অ'ৰা (গ্ৰীক: , আক্ষৰিক: "বতাহ") বতাহৰ এগৰাকী স
বনদেৱী বা অপেশ্বৰী, যাৰ নামৰ অৰ্থ "বতাহ" , , . 52. ইংৰাজীত বহুবচন ৰূপ, অ'ৰে (গ্ৰীক: ) কেতিয়াবা বতাহৰ অপেশ্বৰীৰ এটা দলক বৰ্ণনা কৰা দেখা যায় প্ৰয়াত প্ৰাচীন কালৰ লেখক ননছৰ মতে অৰা টাইটান লেলাণ্টছৰ কন্যা আৰু ডাইঅনিচাছৰ দ্বাৰা ইলিউচিনিয়... |
অৰিয়েন্ট ফ্লাৱাৰ জুনিয়ৰ কলেজ ( . ) সমগ্ৰ বিশ্বনাথ চাৰিআলিৰ ভিতৰতে এখন আগশাৰীৰ কনিষ্ঠ মহাবিদ্যালয় এইখন মহাবিদ্যালয় ২০০৪ চনৰ ৫জুলাই তাৰিখে বিশ্বনাথ চাৰিআলিৰ 'মামণি ভিলা'ত প্ৰতিষ্ঠা কৰা হয় পিছত ২০০৫চনত কোচগাৱঁলৈ কনিষ্ঠ মহাবিদ্যালয়খনৰ স্থানান্তৰ কৰা হয় ২০০৯ চনত পুনৰ কোঁচগাঁও-হালধীবাৰী পথৰ দাঁতিলৈ স্থানান্তৰ কৰা হয... |
অ-পদাৰ্থ হৈছে অসমীয়া কবি-সাহিত্যিক নৱকান্ত বৰুৱাদেৱৰ দ্বাৰা লিখিত এখনি কল্প-বিজ্ঞানধৰ্মী উপন্যাস উপন্যাসখন ১৯৮২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল
লেখকৰ চমু পৰিচয়
নৱকান্ত বৰুৱা অসমীয়া সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম এখুদ ককাইদেউ হিচাপে জনপ্ৰিয় নৱকান্ত বৰুৱাৰ জন্ম হৈছিল গুৱাহাটীত ১৯২৬ চনৰ ২৯ ডিচেম্বৰত তেখেতে সাহিত... |
০ জানুৱাৰী
০ জানুৱাৰী হৈছে তাৰিখ ৩১ ডিচেম্বৰৰ অন্য এটা নাম
পঞ্জিকাত ব্যৱহাৰ
কোনো বাৰ্ষিক পঞ্জিকাৰ ১ জানুৱাৰীৰ আগৰ দিনটো বুজাবলৈ ০ জানুৱাৰী ব্যৱহাৰ কৰা হয় যিটো বৰ্ষৰ পৰা পঞ্জিকা প্ৰকাশ কৰা হয়, সেই বৰ্ষটোত ০ জানুৱাৰীক স্থান দিয়া হয় এনেদৰে পঞ্জিকাৰ আৰম্ভণিৰ পূৰ্ৱবতী বৰ্ষৰ যিকোনো তথ্য এৰাই চলা হয় যদিও ই পূৰ্ৱবতী ব... |
অ(:) অসমীয়া লিপিৰ স্বৰবৰ্ণৰ প্ৰথম আখৰ যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি. স্বৰবৰ্ণ 'অ'ও এটি স্বৰধ্বনি, সেয়েহে 'অ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয় ব্ৰেইল্ত 'অ'-ক এনেদৰে লিখা যায়
ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে
যিহেতু ব্যঞ্জন বৰ্ণ স্বতন্ত্ৰকৈ উচ্চাৰণ কৰিব নোৱাৰি. ব্... |
অংক নহয় আতংক() হৈছে এখন গণিত বিষয়ক প্ৰবন্ধৰ সংকলন এইখনক অসমীয়া সমাজত গণিতৰ প্ৰতি থকা নেতিবাচক ধাৰণাক সলনি কৰিব পৰা কিতাপ বুলিও কোনো কোনো লোকে কয় কিতাপখন লিখিছে গণিতচ'ৰাৰ প্ৰতিষ্ঠাপক সম্পাদকদ্বয়ৰ এজন পংকজ জ্যোতি মহন্তই সঞ্জীৱন প্ৰকাশনৰ পৰা, ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত কিতাপখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পায় এইখন লেখকৰ দ্বি... |
End of preview. Expand in Data Studio
Assamese Wikipedia Corpus
Dataset Description
The Assamese Wikipedia Corpus is a pure Assamese text dataset derived from the Assamese-language Wikipedia (as.wikipedia.org).
It contains cleaned plain text extracted from Wikipedia articles, stripped of all formatting, with non-Assamese characters completely removed.
This dataset is designed for language modeling, NLP research, creating Assamese specific tokenizers, and other Assamese-language processing tasks.
Data Processing
- Crawling
- Used the
mwclientPython library to interact with Wikipedia’s API. - Only collected content from the main namespace (
namespace=0). - Pages that were redirects were automatically resolved to their target articles.
- Page titles were tracked to avoid processing the same article multiple times.
- Used
mwparserfromhellto strip all MediaWiki formatting (links, templates, etc.).
- Filtering
- Applied a Unicode regex to keep only Assamese characters (
U+0980–U+09FF), Assamese digits, whitespace, and essential punctuation. - Excluded pages where more than 90% of the content was punctuation or whitespace after cleaning.
- Removed very short pages that contained too little meaningful text.
Dataset Format
The dataset is provided as a .jsonl (JSON Lines) file, with each line containing:
{"text": "অসমীয়া উইকিপিডিয়াৰ এটি প্ৰবন্ধৰ উদাহৰণ ..."}
Example Usage
from datasets import load_dataset
# Load the dataset
dataset = load_dataset("marsh-mellow/assamese_wikipedia")
# Access the first example
print(dataset["train"][0]["text"])
License
The text in this dataset originates from Assamese Wikipedia, which is licensed under the Creative Commons Attribution-ShareAlike 4.0 International License (CC BY-SA 4.0) License.
- Downloads last month
- 8