source stringlengths 4 208 | target stringlengths 4 201 | translation_direction stringclasses 1
value | translation_direction_verbalized stringclasses 1
value |
|---|---|---|---|
মা, ব'লা কাইলৈ চিনেমা চাবলৈ যাও। | Mom, let's go for a movie tomorrow. | xxen | Assamese to English |
মই স্কুললৈ যাব নালাগে। | I don't have to go to school. | xxen | Assamese to English |
এইটো বন্ধৰ দিন হয়। | It is a holiday. | xxen | Assamese to English |
অহ, কাইলৈ ১৪ এপ্রিল হয়নে? | Oh, tomorrow is the 14th of April right? | xxen | Assamese to English |
তোমাৰ দেউতাৰো দিনটো ছুটী থাকিব। | Your dad will also have the day off from work. | xxen | Assamese to English |
আমি চিনেমা চোৱাৰ পৰিকল্পনা কৰিব পাৰো। | We can make a movie plan! | xxen | Assamese to English |
সেইটো বৰ ভাল খবৰ! | That's a good news! | xxen | Assamese to English |
এইটো বন্ধৰ দিন কিয় হয় পিছে? | Why is it a holiday though? | xxen | Assamese to English |
সকলো বিদ্যালয়, মহাবিদ্যালয় আৰু কার্য্যালয় কাইলৈ বন্ধ নেকি? | Are all schools, colleges and offices closed tomorrow? | xxen | Assamese to English |
কাইলৈ আম্বেদকাৰ জয়ন্তী। | It is Ambedkar Jayanti tomorrow! | xxen | Assamese to English |
ডঃ বি. আৰ. আম্বেদকাৰৰ জন্মৰ দিন হিচাপে এই দিনটো উদযাপন কৰা হয়। | This day is celebrated annually to mark the birth of Dr. B. R Ambedkar. | xxen | Assamese to English |
তুমি তেওঁৰ বিষয়ে শুনিছানে? | Have you heard of him? | xxen | Assamese to English |
মই চাগে' তেওঁক মোৰ বুৰঞ্জী আৰু পৌৰবিজ্ঞানৰ কিতাপত দেখিছো। | I think I have seen him in my History and Civics book. | xxen | Assamese to English |
তেওঁ সংবিধানৰ সৈতে জড়িত নেকি? | Is he related to our Constitution? | xxen | Assamese to English |
হয় হয়! তেওঁক ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে জনা যায়। | Absolutely! He is known as the father of the Indian Constitution. | xxen | Assamese to English |
তেওঁ এগৰাকী নাগৰিক অধিকাৰ কর্মী আছিল যিগৰাকীয়ে সংবিধানখন প্রস্তুত কৰাত এক বৃহৎ ভূমিকা পালন কৰিছিল। | He was a civil rights activist who played a major role in formulating the Constitution. | xxen | Assamese to English |
তেওঁ ভাৰতে নিজকে লৈ গর্ব অনুভৱ কৰা উজ্জ্বল গণতান্ত্রিক গাঁথনিটো গঢ় দিয়াত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। | He played a crucial part in shaping the vibrant democratic structure that India prides itself upon. | xxen | Assamese to English |
মোৰ এতিয়া মনত পৰিছে। | I remember now! | xxen | Assamese to English |
আমি কেইদিনমান আগতে তেওঁৰ বিষয়ে পৌৰবিজ্ঞানৰ শ্রেণীত আলোচনা কৰি আছিলো। | We were discussing about him in our Civics class the other day. | xxen | Assamese to English |
বাইদেউৱে কৈছিল যে তেওঁ আমাক ভাৰতীয় সংবিধানৰ পাঠটো পঢ়োঁতে তেওঁৰ বিষয়ে আৰু অধিক জনাব। | Ma'am said that she will tell us more about him when we do the chapter on the Indian Constitution | xxen | Assamese to English |
তেওঁ সমাজখনত বিৰাজমান শ্রেণীবিভাজনক আঁতৰ কৰাৰ হেতু যুঁজ দিছিল, হয়নে? | He fought to remove the class distinction that prevailed in the society, right? | xxen | Assamese to English |
হয়। তেওঁ নিজেই এগৰাকী দলিত হোৱা কাৰণে তেওঁ অস্পৃশ্যতাৰ কুপ্ৰথাৰ সৈতে মোকাবিলা কৰাটো কিমান কঠিন সেয়া অনুভৱ কৰিছিল। | Yes. Being a Dalit himself, he realised how hard is it to deal with the evil of untouchability. | xxen | Assamese to English |
সেয়েহে, তেওঁ নিম্ন শ্রেণীৰ অধিকাৰসমূহৰ বাবে যুঁজ দিছিল। | Thus, he fought for the rights of the lower class. | xxen | Assamese to English |
তেওঁ বৰ্ণবৈষম্যৰ বিৰুদ্ধে ব্যাপকভাৱে আন্দোলন চলাইছিল আৰু বিজয়ী হৈছিল। | He extensively campaigned against the discrimination and came out victorious. | xxen | Assamese to English |
বাহঃ, কেনেকুৱা বলিষ্ঠ ব্যক্তিত্ব! | Wow, what a strong personality! | xxen | Assamese to English |
সেইকাৰণেই সেই দিনটোক সমস্ত উপমহাদেশতে সমতাৰ দিন হিচাপে স্মৰণ কৰা হয়। | That is why the day is also commemorated as Equality Day all across the subcontinent. | xxen | Assamese to English |
মই নিশ্চিত যে তুমি যেতিয়া বিদ্যালয়ত পাঠটো অধ্য়য়ন কৰিবা তেতিয়া এইগৰাকী মানুহৰ বিষয়ে পঢ়ি ভাল পাবা। | I am sure you are going to love reading about this man when you study the chapter in school. | xxen | Assamese to English |
হয় মা, মই যথেষ্ট আগ্রহেৰে ৰৈ আছো। | Yes mom, I can't wait for it. | xxen | Assamese to English |
মই যথেষ্ট কৌতুহলী হৈ পৰিছো। | I am really intrigued. | xxen | Assamese to English |
ঠিক আছে, এতিয়া মোক কোৱা তুমি কোনখন চিনেমা চাবা? | Okay, now tell me what movie do you want to go for? | xxen | Assamese to English |
তুমি নতুন মার্ভেলৰ চিনেমাখন চাব বিচৰা নেকি? | Do you want to watch the new Marvel movie? | xxen | Assamese to English |
তুমি ডক্টৰ ষ্ট্রেঞ্জ এণ্ড দ্য মাল্টিভার্ছ অৱ মে'ডনেছৰ কথা কৈছা নেকি? | You mean Doctor Strange and the Multiverse of Madness? | xxen | Assamese to English |
মই সেইখন চাবলৈ মৰি আছো। | I am dying to watch it. | xxen | Assamese to English |
তুমি টিকটকেইটা বুক কৰিব পাৰিবানে? | Can you book the tickets? | xxen | Assamese to English |
মোক দেউতাৰ লগত কথা পাতিব দিয়া। | Let me talk to Dad. | xxen | Assamese to English |
হাই, তুমি ৱেব ডিজাইনৰ পাঠ্যক্রম এটা পঢ়ি আছা, নহয়নে? | Hey, you are pursuing.a course in web designing, aren't you? | xxen | Assamese to English |
মোৰ বান্ধৱী এজনীয়েও সেই একেই কৰাৰ কথা ভাবি আছে, সেইকাৰণে তোমাৰ পৰা ইয়াৰ বিষয়ে অলপ তথ্য ল'ম বুলি মই তাইক কৈছিলো। | One of my friends is thinking of doing the same so, I told her I'd get some information from you about it. | xxen | Assamese to English |
হয়, মই এতিয়া দ্বিতীয় বর্ষত। | Yeah, I am in my second year. | xxen | Assamese to English |
বঢ়িয়া দেখোন, তাই কি জানিব বিচাৰিছে? | That's great, so what does she want to know? | xxen | Assamese to English |
কোনবোৰ কলেজে ৱেব ডিজাইনিঙত ডিপ্লমা আগবঢ়ায়? | Which are the colleges that offer a diploma course in web designing? | xxen | Assamese to English |
তাই নিজৰ পচন্দক লৈ ইমান এটা নিশ্চিত নহয়, সেইকাৰণে এতিয়া তাই কেৱল এইটোতে চেষ্টা এটা কৰি চাব বিচাৰিছে? | She is not very sure of her choice, so she just wants to try it out at this point. | xxen | Assamese to English |
হয় হয়, মই সেইটো বুজিছো। | Ok, I get that. | xxen | Assamese to English |
এইটো পুনেৰ স্কুল অৱ ফেশ্যন টেকন'লজী, চেন্নাইৰ ষ্টেলা মাৰিছ কলেজ আৰু চেন্নাইৰ লয়লা কলেজৰ দৰে কলেজৰ লগতে আন বহু কলেজত উপলব্ধ। | It is available at a lot of colleges like the School of Fashion Technology, Pune; Stella Maris College, Chennai and Loyola College, Chennai among numerous others. | xxen | Assamese to English |
তুমি লয়লা কলেজলৈ গৈছিলা, হয়নে? | You went to Loyola College, right? | xxen | Assamese to English |
হয়, মই তাতেই পঢ়িছিলোঁ। | Yeah, I studied there. | xxen | Assamese to English |
তুমি কোৱা কলেজকেইখনো ভাল জনা-শুনায়ে। | These colleges that you mentioned are pretty well known. | xxen | Assamese to English |
প্রৱেশ পৰীক্ষাৰ পদ্ধতিটো কি? | What is the entrance process? | xxen | Assamese to English |
হয়, কিছুমান কলেজে তেওঁলোকৰ নিজা প্রৱেশ পৰীক্ষা পাতে। | Yeah, some colleges conduct their own entrance exams. | xxen | Assamese to English |
লগতে তেওঁলোকে দশম আৰু দ্বাদশ শ্রেণীৰ গ্রেডো চায়। | They look at the 10th and 12th standard grades as well. | xxen | Assamese to English |
এন.আই.ডি.-ৰ নিচিনা ৰাষ্ট্রীয় পৰীক্ষাও আছে। | There are national tests like the NID Entrance Exam, too. | xxen | Assamese to English |
মোৰ বান্ধৱীগৰাকীয়ে বোর্ডৰ পৰীক্ষাত বৰ ভাল কৰিছে, গতিকে তাই যিকোনো অৰ্হতা-ভিত্তিক পৰীক্ষাত একেবাৰে ভাল প্রদর্শন কৰিব পাৰে। | My friend did really well for her boards, so she can ace any merit-based entrance. | xxen | Assamese to English |
তাই তাইৰ সৃজনীমূলক দক্ষতাসমূহক লৈ বৰ আত্মবিশ্বাসী নহয়। | She is not so confident in her creative skills. | xxen | Assamese to English |
এই বিশ্ববিদ্যালয়কেইখনৰ ডিপ্লমাৰ পাঠ্যক্রমটো কিমান দিনৰ? | How long is the diploma course in these universities? | xxen | Assamese to English |
এইটো সাধাৰণতে এটা বা দুটা বছৰলৈকে থাকে। | It usually lasts between a year or two. | xxen | Assamese to English |
এইটো দৰাচলতে তুমি নামভৰ্তি কৰা কলেজখনৰ ওপৰত নির্ভৰ কৰিব। | It actually depends on the college you take admission at. | xxen | Assamese to English |
বৃত্তিৰ বিকল্পসমূহ ভালনে? | Are the career options good? | xxen | Assamese to English |
অ', এই ক্ষেত্ৰখনৰ বৃত্তিৰ সম্ভাৱনাসমূহ আশাপ্রদ। | Yeah, the job prospects in this field are promising. | xxen | Assamese to English |
বিশেষকৈ পৃথিৱীখন ক্ৰমবৰ্ধমানৰূপে ডিজিটেল হৈ গৈ থকাটোক বিবেচনা কৰিলে। | This is especially considering the world becoming increasingly digital. | xxen | Assamese to English |
হুম...তুমি কি বুজাব বিচাৰিছা মই গম পাইছো। | Hmm.. I see what you mean. | xxen | Assamese to English |
আগতে এইটো পাঠ্যক্রম লোৱা কাৰোবাক তুমি জানা নেকি? | Do you know anyone who has taken this course before? | xxen | Assamese to English |
অ', মোৰ বন্ধু এজনে পাঁচ বছৰমান আগতে ৱেব ডিজাইনিঙত এটা ডিপ্লমা কৰিছিল। | Yeah, one of my friends did a diploma in web designing some five years back. | xxen | Assamese to English |
সি বর্তমান এজন সফল ৱেব ডিজাইনাৰ। | He is a successful web designer today. | xxen | Assamese to English |
তুমি যদি বেয়া নোপোৱা, মই তাৰ যোগাযোগৰ তথ্য পাব পাৰিম নেকি? | Can I have his contact information, if you don't mind? | xxen | Assamese to English |
এইটো এইকাৰণেই লাগে যে মই এইটো মোৰ বান্ধৱীজনীক দিম যাতে তাই কাৰোবাৰ সৈতে পাঠ্যক্রমটোৰ বিষয়ে সবিস্তাৰে কথা পাতিব পাৰে। | Its so that I can give it to my friend so she can talk to someone in detail about the course. | xxen | Assamese to English |
নিশ্বয়, মই তোমাক কণ্টেক্টটো হোৱাট্ছএপত পঠিয়াই দিম। | Of course, I shall send you the contact on WhatsApp. | xxen | Assamese to English |
মোৰ বহু পলম হ'ল নেকি? | Am I too late? | xxen | Assamese to English |
কুচকাৱাজ প্ৰদৰ্শন আৰম্ভ হৈছিল নেকি? | Did the parade start? | xxen | Assamese to English |
মই কিয় বা বেছিকৈ শুলো মই নিজেই নাজানো। | I don't know why I overslept. | xxen | Assamese to English |
চিন্তা নকৰিবা, তুমি সঠিক সময়তে আহি পাইছা। | Don't worry, you are right on time. | xxen | Assamese to English |
মাত্র ৫ মিনিটহে হৈছে। | It has just been 5 minutes. | xxen | Assamese to English |
আহা, বহা। | Come and have a seat. | xxen | Assamese to English |
মই কি দেখা নাপালো? | What did I miss? | xxen | Assamese to English |
বেছি নহয়! ৰাষ্ট্রপতিগৰাকীৰ দ্বাৰা পতাকা উত্তোলন কৰাটোহে। | Nothing much! Just the unfurling of the national flag by the President. | xxen | Assamese to English |
আৰু ৰাষ্ট্রপতিগৰাকীক দিয়া গুমগুমাই থকা ২১-টোপৰ ছেল্যুট। | And the booming 21-gun salute to the president. | xxen | Assamese to English |
বর্তমান স্থলসেনা, নৌ-সেনা আৰু বায়ুসেনাৰ বেলেগ বেলেগ ৰেজিমেণ্টসমূহে তেওঁলোকৰ বেণ্ডসমূহৰ সৈতে ৰাজপথেৰে ৰাষ্ট্রপতি ভৱনৰ পৰা মার্চ কৰি আছে। | At present, the different regiments of the Army, Navy, and Air Force, along with their bands are marching from the Rashtrapati Bhawan along the Rajpath. | xxen | Assamese to English |
তেওঁলোক কলৈ গৈ আছে? | Where are they heading to? | xxen | Assamese to English |
ইণ্ডিয়া গে'টলৈ আৰু অৱশেষত লালকিল্লালৈ। | To the India Gate and finally to the Red fort. | xxen | Assamese to English |
তেওঁলোকৰ প্রত্যেকেই গৈ থাকোঁতে ৰাষ্ট্রপতিগৰাকীৰ প্রতি শ্রদ্ধা প্ৰদর্শন কৰে। | As each of them go by, they pay homage to the President. | xxen | Assamese to English |
আৰু চোৱা, তেওঁলোকে মার্চ কৰি আগবাঢ়ি যোৱাৰ লগে লগে তেওঁ কেনেদৰে ঠিয় হৈ তেওঁলোকক উৎসাহ যোগাই আছে। | And look how he in turn is standing up and encouraging them as they march forward. | xxen | Assamese to English |
মই এই সকলোবোৰ এদিন সোঁশৰীৰে উপস্থিত থাকি চাব বিচাৰো। | I wish to see all of it in person someday. | xxen | Assamese to English |
বিভিন্ন ৰাজ্যৰ প্ৰতিনিধিত্বৰ কি খবৰ? | What about the representation of different states? | xxen | Assamese to English |
এইটো সেনাবাহিনীয়ে মার্চ কৰি যোৱাৰ পিছত হ'ব নেকি? | Will it be after the army marches past? | xxen | Assamese to English |
হয়, এবাৰ সকলোবোৰ ৰেজিমেণ্টে মার্চ কৰি যোৱাৰ পিছত তেওঁলোক আহিব। | Yes, once all the regiments march away, they will arrive. | xxen | Assamese to English |
প্রত্যেকখন ৰাজ্যকে এক চিত্রণৰ দ্বাৰা প্রতিনিধিত্ব কৰা হয়। | Each state is represented by a tableaux. | xxen | Assamese to English |
তেওঁলোকে নিজৰ নিজৰ ৰাজ্যসমূহৰ ইতিহাস, সংস্কৃতি, ঐতিহ্য, বিকাশ পৰিকল্পনা আৰু পৰিৱেশক প্রদর্শন কৰে। | They showcase the history, culture, heritage, dvelopment programmes and environment of their respective states. | xxen | Assamese to English |
তেওঁলোকে তেওঁলোকৰ সৈতে কিছুমান এনিমেশ্যন আৰু শব্দ লৈ ফুৰে। | They carry some animations and sound along with them. | xxen | Assamese to English |
এইটো এক বৰ বর্ণাঢ্য প্রদর্শন। | It is a very colorful display. | xxen | Assamese to English |
হয়, আৰু মোৰ এই গোটেই কুচকাৱাজ প্ৰদর্শনৰে আটাইতকৈ ভাল লগা অংশটোও। | Yeah, and my favourite part of the entire parade too. | xxen | Assamese to English |
যোৱা বাৰ পশ্চিমবংগৰ চিত্রণসমূহক কেনেদৰে সজোৱা হৈছিল মোৰ এতিয়াও মনত আছে। | I still remember how the tableaux of West Bengal was decorated last time. | xxen | Assamese to English |
আৰু ইয়াত থকা নৃত্যশিল্পীসকলকো, গাৱলীয়া বঙ্গৰ লোকনৃত্যক প্ৰদর্শন কৰা। | And also the dancers on it, exhibiting the folk dance form of rural bengal. | xxen | Assamese to English |
এইটো বছৰত বা তেওঁলোকৰ হাতত কি আছে মই জানিবলৈ উৎসুক। | I wonder what they have in store this year. | xxen | Assamese to English |
দেখা যাওক। | Let us wait and watch. | xxen | Assamese to English |
কিন্তু পাহৰি নাযাবা যে আজি প্রায় দুপৰীয়া ১২ বজাত তোমাৰ ঠাইতে ছবি অঁকা প্রতিযোগিতা আছে। | But do not forget, you have your sit and draw competition today at around 12 noon. | xxen | Assamese to English |
তুমি সেইটোৰ বাবে প্রস্তুত নে? | Are you prepared for that? | xxen | Assamese to English |
মই ইতিমধ্যে মোৰ ছবিসমূহৰ অনুশীলন কৰিছোৱেই। | I have practised my sketches already. | xxen | Assamese to English |
মই গণতন্ত্র দিৱসৰ কুচকাৱাজ প্রদর্শনৰে এক দৃশ্য অংকণ কৰিম। | I am drawing a glimpse of the Republic Day parade itself. | xxen | Assamese to English |
মই যাতে এটা পুৰস্কাৰ লাভ কৰো তাৰেই কামনা কৰিছো। | I hope I can bag a prize. | xxen | Assamese to English |
পুৰস্কাৰটোৰ কথা চিন্তা নকৰিবা। | Do not bother about the prizes. | xxen | Assamese to English |
তাত কেৱল উপভোগ কৰা। | Just enjoy yourself out there. | xxen | Assamese to English |
তোমাক শুভেচ্ছা যাচিলোঁ। | I wish you all the best. | xxen | Assamese to English |
End of preview. Expand in Data Studio
YAML Metadata Warning:empty or missing yaml metadata in repo card
Check out the documentation for more information.
IN22-Conv-xxen
This dataset is a reformatted version of ai4bharat/IN22-Conv to match the structure of VarunGumma/IGB_Flores_xxen.
Translation Direction
- Direction: Indic languages to English (xxen)
- Sources: 22 Indic languages
- Target: English (
eng_Latn)
Dataset Structure
- Each language subset contains translations from that specific Indic language to English
- Fields:
source,target,translation_direction,translation_direction_verbalized
Available Languages
Assamese, Bengali, Bodo, Dogri, Konkani, Gujarati, Hindi, Kannada, Kashmiri, Maithili, Malayalam, Marathi, Manipuri, Nepali, Odia, Punjabi, Sanskrit, Santali, Sindhi, Tamil, Telugu, Urdu
Usage
from datasets import load_dataset
dataset = load_dataset("manan-u/in22_conv_xxen", "hi") # Load Hindi subset
- Downloads last month
- 47