uttid
stringlengths
24
24
audio
audioduration (s)
2.81
10.4
sentence
stringlengths
9
94
common_voice_as_22084061
এনেতে শালিকাটিয়ে উৰি আহি অলপ দূৰতে পৰি মাতিবলৈ ধৰিলে।
common_voice_as_22084062
জিলাখনৰ পূবে গোলাঘাট জিলা, পশ্চিমে নগাঁও জিলা আৰু হোজাই জিলা।
common_voice_as_22084102
মোৰ নেইলপলিছ বেয়া হৈ যাব।
common_voice_as_22084103
এই পানী কলৈ গ'ল? নষ্ট হ'ল নেকি? নষ্ট হোৱা নাই
common_voice_as_22084105
কচৰ সতে আজীৱন সংগিনী হৈ থকাৰ ইচ্ছাও প্ৰকট কৰিলে।
common_voice_as_22084106
সেই বাবে লাগিলে দুই চাৰি টকা খৰচো কৰিব পাৰোঁ।
common_voice_as_22084107
ওচৰতে ৰুলে আৰু মইনাটো এটা সোণৰ সজাত সুমাই ঘৰৰ পিৰালিতে আঁৰি দিলে।
common_voice_as_22084180
হালি আকৌ বিফল-মনোৰথ হ'ল।
common_voice_as_22084182
দক্ষই সতী আৰু তেওঁৰ মাজত অবিশ্বাসৰ সৃষ্টি কৰাৰ কাৰণে শিৱক জগৰীয়া কৰে।
common_voice_as_22084183
পুৰণিয়ে এই কথাৰ উত্তৰত এই প্রতিবাদ কৰে
common_voice_as_22084184
বৰষুণহে দিব এতিয়া।
common_voice_as_22084185
মোক উপহাস কৰি, নিজ স্বাৰ্থ সিদ্ধি কৰি, মোক হাঁহিয়াতৰ পাত্ৰী কৰি পলায়ন কৰিব লৈছা।
common_voice_as_22084217
এইবাৰ ছয়-সাত মাহলৈকে তেওঁ বেপাৰৰ নিমিত্তে দূৰলৈ যাব লগীয়াত পৰিল।
common_voice_as_22084218
প্ৰদূষণ হ্ৰাস কৰাৰ বহুতো উপায় আছে।
common_voice_as_22084219
দেউতাই গ্লাছখন ভাঙিলে আৰু পিন্ধি থকা চোলাটো খুলিলে।
common_voice_as_22084220
লেগ্ৰীয়ে টমৰ পেৰা খুলিবলৈ ধৰিলে।
common_voice_as_22084221
বলোৱেই হ'ল কন্যাদাতা।
common_voice_as_22084291
এনেতে লভিতাৰ বাপেক বাণেশ্বৰ বৰুৱাই কান্ধত ভাৰ এখন লৈ বেগাবেগিকৈ সোমায়হি
common_voice_as_22084294
এনে এটা ঘটনাৰ কথাও তহঁতে মোক জনাব নাপাৱনে?
common_voice_as_22084295
দেৱযানীৰ অনুৰোধ শুনাৰ লগে লগে ফুল অনাৰ উদ্দেশ্যে আশ্ৰমৰ বাহিৰ হ'ল।
common_voice_as_22084298
চুৰ কৰি নিলে কেটিএম ডিউক বাইক এখন।
common_voice_as_22084302
সকলো কথা শুনি নানা জনে নানা অভিমত প্ৰকাশ কৰিবলৈ ধৰিলে।
common_voice_as_22084545
তোক নাপালে মই এই জীৱনটোক নাৰাখোঁ।
common_voice_as_22084546
গছৰ তলত বহি অলপ ৰেষ্ট লোৱাচোন।
common_voice_as_22084548
সিংহই তাৰ গৰ্জ্জনিৰে চাৰিওফাল কঁপায়
common_voice_as_22084549
আমাৰ ক্ষুদ্ৰ শক্তিৰে তাক বুজি উঠা টান।
common_voice_as_22084550
আমি ল’ৰাবোৰে কিন্তু সেই টোপোলাটো সহজে ঘোটা-ঘুটি কৰিবলৈ নাপাইছিলোঁ
common_voice_as_22152172
টকাকেইটা আদায় হ'লে চেনিৰামৰ ওপৰত তেওঁ কৰ্তৃত্ব চলাব নোৱাৰিব।
common_voice_as_22152178
দাৰোগাই ক'লে- "মিছাতে ভয় কৰিছা কিয়?"
common_voice_as_22152186
তুমি মোতকৈ আগেয়ে উঠিলা, এতেকে তোমাৰ এভাগ মোৰ দুভাগ।
common_voice_as_22152187
এই কথা দৈত্য সকলে জানিছিল।
common_voice_as_22152244
যোৱা দশককেইটাত গুৱাহাটীৰ যথেষ্ট ভৌগোলিক আৰু জনসংখ্যাৰ পৰিৱৰ্তন হৈছে।
common_voice_as_22152245
কিন্তু সেই বেয়া অভ্যাসে লোহাৰ শিকলিৰ দৰে তোমাক মেৰাই ধৰি নিতে কষ্ট দিব
common_voice_as_22152246
দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ‘ইন্দ্ৰমালতী’ও জ্যোতিপ্ৰসাদৰে দান।
common_voice_as_22152247
এটা কথা মনত ৰাখিব, ডাক্তৰক ফাকি দিলে ৰোগ-নিৰ্ণয় কৰাত ভুল হ'ব পাৰে।
common_voice_as_22152248
লগে লগে এখন-দুখন তামোলো দিছে।
common_voice_as_22152318
মুখ্য মেলুহান বৈজ্ঞানিক যি শিৱৰ এজন ভাল বন্ধু হৈ পৰে।
common_voice_as_22152320
কাল যে একে ঠাইতে একেদৰে থিৰে নেথাকে তাৰ ভুল নাই।
common_voice_as_22152321
গেটমেন জনেও বহুত বিচাৰিহে তেওঁলোকক খবৰটো দিছে।
common_voice_as_22152322
ল'ৰা-ছোৱালীকেইটা টেটুত লগাত আগৰ দৰে কাম কৰিব নোৱাৰাত পৰিল।
common_voice_as_22152325
কম্পিউটাৰ গ্ৰাফিক্সৰ সহায়ত সাপটো সৃষ্টি কৰাৰ বিপৰীতে মেক-আপ কৰিছিল।
common_voice_as_22152402
দুয়ো নিৰ্দিষ্ট স্থানৰ পৰা দৌৰ আৰম্ভ কৰিলে হয়।
common_voice_as_22152405
বাপু আৰু দেউতাকে বহুত বহুত সময় কথা পাতিলে।
common_voice_as_22152406
আগেয়ে দুয়ো মুখলৈ চোৱা-চুই কৰি থাকিলেও মুখৰ ভাৱ নলৰিছিল।
common_voice_as_22152408
দুষাৰ-এষাৰ কথা পাতিবলৈ পালে মনত পৰম সন্তোষ পায়।
common_voice_as_22152410
কেনে প্ৰবল ভাল-পোৱা!
common_voice_as_22152477
স্বামীত তেওঁৰ অচলা ভক্তি।
common_voice_as_22152478
তেতিয়া সাচঁতিয়াৰ টকা নেথাকিলে ক'ৰ পৰা খাবা?
common_voice_as_22152479
পুৰুষজন আছিল সতীৰ প্ৰথম পুত্ৰ গণেশ।
common_voice_as_22152480
উলটি গৈ ভূধৰে হৰনাথকে আদি কৰি আত্মীয়-কুটুম্বসকলক মতাই আনিলে।
common_voice_as_22152481
কাছই সাঁতুৰি গৈ আনটো পাৰ পালে।
common_voice_as_22152522
নৰায়ে ততালিকে বাবাজীক আঠু কাঢ়ি সেৱা কৰিলে।
common_voice_as_22152523
লেপটপ, ডেস্কটপ বা টেবলেট ডিভাইচত খেলি বেছি ভাল লাগিব।
common_voice_as_22152524
কিন্তু আমাক শাস্তি দিওতে তেওঁবিলাকে মনত কিমান কষ্ট পায় আমি তাক নুবুজিছিলোঁ।
common_voice_as_22152525
সি বাৰু সোমাল কেনি! কেনিও সিন্ধি দিয়া নাই।
common_voice_as_22152526
নানা প্ৰকাৰ ঘৰুৱা কথা পাতি আৰু এবাৰ এখন্তক ইফালে-সিফালে ফুৰি দিনটো নিয়ালে।
common_voice_as_22152572
শুনি শুনি টোপনি গৈছিলোঁ।
common_voice_as_22152573
বাটত বলোৱে ক'লে- "মিছাতে সি ঘৰ-দুৱাৰ এৰিলে!"
common_voice_as_22152575
ভবিষ্যতৰ বিপদৰ কাৰণে কিছু টকা সঞ্চয় কৰি লোৱা
common_voice_as_22152577
দিব নোৱাৰিলেও কাটিব, আৰু সি সৰব্জান নহয় বুলি ক'লেও ৰজাই কাটিব।
common_voice_as_22152579
সেয়ে তিনিভাগৰ এভাগ পিঠা খাব, আৰু যি পিছত উঠিব সি দুভাগ খাবলৈ পাব।
common_voice_as_22152588
হাবিৰ মাজে মাজে কিছুদুৰ আগ বাঢ়ি মানুহ-দুনুহ চাই-চিতি আলিলৈ উঠিল।
common_voice_as_22152593
সৰল প্ৰাণত যিহকে আহে তাকে কৈ পলাব।
common_voice_as_22152594
আৰু তাক নো কিয় সকলে বিদ্যাতকৈ আগেয়ে শিকা উচিত?
common_voice_as_22152599
টকাচেৰেক ধাৰ কৰি শাস্ত্ৰ-সমস্তকৈ পানীৰ দাঁতিতে দদায়েকৰ চুৱাটো গুচাই থ'লে।
common_voice_as_22152602
দেউ! ইমানতে আপুনি ইয়াৰ পৰা আঁতৰ হওক, নহ'লে কাছাৰী ঘৰলৈ যাব লগাত পৰিব।
common_voice_as_22152613
এটি ৰাজ-আলিতে আহি মিলিছেহি
common_voice_as_22152621
এনে অনিশ্চিত অৱস্থাত থাকোঁতেই পীতাম্বৰলৈ ধৰাত তেওঁ আৰু বাট চোৱা উচিত বুলি বিবেচনা নকৰিলে।
common_voice_as_22152640
কিন্তু কি আচৰিত!
common_voice_as_22152647
সুত নল'লেও তোৰ লাভ নহয়।
common_voice_as_32840924
মাত শুনি ৰূপহী ওলাই আহি ক'লে- "তেওঁ ঘৰত নাই।"
common_voice_as_32840925
মোৰ ঘৰত এটা মেকুৰী আছে।
common_voice_as_32840967
সুধনেই মদনৰ পৰিচয় দি কথাটো উলিয়ালে।
common_voice_as_32841085
এনেকৈ সদায় মাছ বিললৈ বুলি নি থাকে আৰু শিলত বহি তৃপ্তিৰে খাই থয়।
common_voice_as_32841086
লো, নিকেল, অক্সিজেন, কেলছিয়াম, ছিলিকন, মেগনেছিয়াম, কাৰ্বন, নিয়ন আৰু ক্ৰমিয়াম।
common_voice_as_32841088
তেওঁৰ বয়স ডেৰ কুৰিৰ ওপৰ।
common_voice_as_32841095
তেতিয়াৰ দিনত ডটপেন নাছিল।
common_voice_as_32841099
লগতে মনৰ বেগেৰে চলিব পৰা এখন ৰথ।
common_voice_as_32842718
“অ’ মেঘ অ’মেঘ বৰষুণ দিয় কিয়?”
common_voice_as_32843143
এওঁৰ ভয়ত সকলোৱে প্ৰকৃততে কঁপিও থাকে।
common_voice_as_32843144
সুবিধা পালেই আমি ককাক জোকাবলৈ নেৰিছিলোঁ।
common_voice_as_32843153
আজি ইংৰাজে আমাক শাসন কৰিছে।
common_voice_as_32843245
তোমাৰ তেন্তে মোৰ কথাত মত আছে?
common_voice_as_32843261
তাই এজাক গৰু ৰাখি গাখীৰ বেচি কোনোমতে টুক-টুক টাক-টাককৈ খাই আছিল।
common_voice_as_32843265
জাহাজ শিলঘাট পালেগৈ ৰাতি দহ বজাত।
common_voice_as_32843338
উলৰ কাপোৰ গুণাৰ কাপোৰ অলঙ্কাৰ আদিৰ নিচিনা
common_voice_as_32843339
এনেকুৱা বতৰ হ'লে আৰু কি লাগে?
common_voice_as_32843345
ইয়াতহে নালাগে নগাওঁ নাইবা তেজপুৰত ঘটিলেও ইয়াত সকলোৰে মুখে মুখে হয়।
common_voice_as_32843347
যিমান দূৰ পাৰা সিমান দূৰ সততে তেওঁবিলাকৰ অভাব দূৰ কৰিবলৈ চেষ্টা কৰা উচিত।
common_voice_as_32843464
দুগিলাচ গাখীৰ এবাৰতে খাই পেলায়।
common_voice_as_32843471
কিউ আৰ ক'ড স্কেন কৰক।
common_voice_as_32843472
ল'ৰাজনে একো মাত নলগালে যদিও আন এজন মানুহ দৌৰি আহিল।
common_voice_as_32843514
তোমাৰ ফোনৰ কেমেৰা দি ফটো ভাল উঠে।
common_voice_as_32843526
দেশৰ সকলোবোৰ ঘৰুৱা যেনে গুৱাহাটীৰ বিমান বন্দৰৰ পৰা চলাচল কৰে।
common_voice_as_32843530
পাচত তেওঁ সন্মুখৰ ফালে কাৰোবাৰ কাজিয়া লগা যেন শুনিলে।
common_voice_as_32843586
এইপিনে নুঠিবি শাখিনী তেজা, ৰজাৰ চাউল ধোৱা ঘাট।
common_voice_as_32843596
সেই মানুহটো এজোপা গছৰ তলত বহি আছে।
common_voice_as_32843638
কাশীনাথ গাঁওখনৰ ভিতৰতে ধনী মানুহ।
common_voice_as_32843639
জাপ মাৰি সিহঁতৰ ওপৰত পৰি প্ৰাণবধ কৰে।
common_voice_as_32843640
এই মানুহটোৰ যি ইচ্ছা তাকে কৰিব পাৰে।